September 1, 2024 12:48 PM

দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ বাবে চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব

চৰকাৰে দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ প্ৰসাৰৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। নতুন দিল্লীত কালি ই টি-বিশ্ব নেতা মঞ্চত ভাষণ দি তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, দেশত ব্যৱহৃত ৯৯ শতাংশৰো অধিক মোবাইল দেশতে নির্মিত। তেওঁ কয় যে, চলিত বৰ্ষত এপেল নামৰ কোম্পান...

September 1, 2024 12:45 PM

মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী ব্রুনেইৰ চুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰম মৰ্মে ৩ ছেপ্তেম্বৰত ব্রুনেৰ ডাৰুচ্ছ...

September 1, 2024 12:41 PM

ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। তেওঁ লগতে দেশত ব্যৱসায়ৰ সা-সুবিধা, সংস্কাৰ, সুস্থিৰ নীতিগত ব্যৱস্থা আৰু উচ্চ বিকাশৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্রধানমন্ত্রীয়ে কালি ই টি- বিশ্ব নেতা মঞ্চত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকল...

September 1, 2024 12:37 PM

ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন

পুৱাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে। চানমাৰি, জু-ৰোড, হাতীগাঁও, কক্মিণীগাঁও আদি এলেকা কৃত্রিম বানত বুৰ যোৱাৰ লগতে জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অহ...

September 1, 2024 12:32 PM

খানাপাৰাত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কাৰ্যসূচী

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কৰা হ'ব। নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তি লক্...

September 1, 2024 12:27 PM

কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ লাভ

কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ লাভ কৰিছে। অসম ঔদ্যোগিক উন্নয়ন নিগম চমুকৈ এ আই ডি চিয়ে ইতিমধ্যে বন্ধ হৈ যোৱা কাগজকলটোৰ ২,৯১৬ বিঘা মাটি অধিগ্রহণ কৰি নিজৰ দখললৈ নিছে। সদ্যহতে এ আই ডি চিয়ে এই বৃহৎ ভূমিত ঔদ্যোগিক পাম স্থাপন কৰি বিভি...

September 1, 2024 12:23 PM

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দিছপুৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কালি দিছপুৰত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবে এখন বিশেষ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্ৰ প্রতাপ সিং, বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙৰ লগতে আন ক...

August 31, 2024 8:53 PM

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশৰ গোল্ডেন ট্রায়েংগল বিশেষ অর্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাঅ'চ কর্তৃপক্ষই বিশেষ অর্থনৈতিক ক্ষেত্ৰত অবৈধ কাম-কাজৰ বিৰুদ্ধে অভিযান চলাই ২৯ গৰাকী লোকক চমজাই দিয়া বুলি প...

August 31, 2024 8:46 PM

নতুন দিল্লীত জৈৱ প্ৰযুক্তি নীতি-২০২৪ মুকলি ন্ত্ৰী ড০ জিতেন্দ্র সিঙৰ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি-২০২৪ মুকলি কৰে। সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয় যে, এই নীতিৰ ফলত দেশত উচ্চ ক্ষমতাসম্পন্ন জৈৱ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব। তেওঁ লগতে কয় যে, বিশ্বৰ ভৱিষ্যতৰ অৰ্...

September 1, 2024 12:52 PM

মঙলবাৰে প্রধানমন্ত্ৰী মোদী চৰকাৰী ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্ৰী মোদী ব্রুনেইৰ চুলতান হাজী হছল বোলকিয়াৰ আমন্ত্ৰম মর্মে ৩ ছেপ্তেম্বৰত ব্ৰুনেৰ ডাৰুচ্ছালামত উ...