September 1, 2024 7:03 PM

ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙৰ কাৰ্যভাৰ গ্ৰহণ

এয়াৰ মাৰ্ছেল তেজিন্দৰ সিঙে আজি নতুন দিল্লীত ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়াৰ মাৰ্ছেল সিঙে ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকলৈ গৈ দেশৰ হ'কে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। এয়াৰ মাৰ্ছেল তেজিন্দৰ সিং ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰ...

September 1, 2024 1:43 PM

সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অভিহিত

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই পদক্ষেপে লিংগ সমতা আৰু লিংগ ন্যায়ৰ ক্ষেত্ৰত হোৱা অভূতপূৰ্ব প্ৰগতিৰ কথাকে প্রতিফলিত কৰে। উত্তৰাখণ্ডৰ দেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সৈনিক মহাবিদ্যালয়, আৰ আই এম চি ৰ কেডেটসকলক সম্বোধন কৰি উপৰ...

September 1, 2024 1:40 PM

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ প্রতিনিধি দলৰ সাক্ষাৎ

মুছলমান সম্প্ৰদায়ৰ বিদ্যান আৰু ধর্মীয় নেতাৰ এটা প্রতিনিধি দলে কালি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালক সাক্ষাৎ কৰে আৰু ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ ৰ অধীনৰ প্ৰস্তাৱসমূহৰ প্ৰতি সমর্থন আগবঢ়ায়। সাক্ষাৎকালত সৰ্বভাৰতীয় চুফি চজ্জাদানচিন পৰিষদৰ অধ্যক্ষ তথা আজমেৰ দৰগ...

September 1, 2024 1:17 PM

গুৱাহাটীত গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা গুৱাহাটীত গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি পাব। সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি আজিৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী দাম ৬৪ টকা ৪০ পইচা আৰু খুছুৰা ৬৭ টকা হ'ব। উল্লেখযোগ্য যে, বৃহত্তৰ গুৱাহাটী গোপালক সন্থাই খুঁটিত গাখীৰৰ দাম প্রতি লিটাৰত ২ টকা ...

September 1, 2024 1:13 PM

নলবাৰীত আকাশবাণী গুৱাহাটীৰ স্বাধীনতা সংগীত সন্মিলন শীৰ্ষক শাস্ত্রীয় আৰু লোকসংগীতৰ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য সুঁৱৰি আয়োজন কৰা স্বাধীনতা সংগীত সন্মিলন শীৰ্ষক শাস্ত্রীয় আৰু লোকসংগীতৰ অনুষ্ঠান নলবাৰী জিলা পুথিভঁৰালত কালি অনুষ্ঠিত হৈ যায়। আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্রধান আশিষ কুমাৰ ভাটনাগৰে বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠানৰ...

September 1, 2024 1:09 PM

নর্থ ইষ্ট ইউনাইটেড এফ চিৰ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল

নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত গুৱাহাটীৰ দলটোৱে বিগত বৰ্ষৰ ছেম্পিয়ন তথা আই এছ এলৰ লীগৰ খিতাপ বিজয়ী মোহন বাগান দলক টাইব্রেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰে। উল্লেখযোগ্য যে, এই প্রতি...

September 1, 2024 1:07 PM

ইজৰাইলী সেনা আৰু হামাছৰ গাজাত তিনিদিনৰ বাবে অভিযান বন্ধৰ সিদ্ধান্ত

ইজৰাইলী সেনা আৰু হামাছে গাজাৰ তিনিটা পৃথক পৃথক অঞ্চলত তিনিদিনৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰদান কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ৬ লাখ ৪০ হাজাৰ শিশুক পলিঅ' প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাজাত ১০ জনীয়া এটি শিশু প...

September 1, 2024 1:02 PM

জাৰ্মানীত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰত এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ

জাৰ্মানীৰ হানোৱাৰত অনুষ্ঠিত বধিৰ শ্বুটি চেম্পিয়নশ্বিপত ভাৰতে এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ চাৰিটা পদক লাভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত অনুয়া প্ৰসাদে সোণৰ পদক লাভ কৰে । অভিনৱ দেশৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ৰূপৰ পদক লাভ কৰে। আনহাতে অভিনৱ দেশৱালে শুভম বশিষ্ট আৰু চেতন...

September 1, 2024 12:58 PM

নতুন দিল্লীত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙৰ জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু কর্ম সংস্থাপন সম্পৰ্কীয় জৈৱ প্ৰযুক্তি নীতি Bio-E3 মুকলি কৰে। Bio-E3 মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ সিঙে কয় যে, এই নীতিয়ে দেশত উচ্চমানৰ জৈৱ সামগ্ৰী উৎপাদনত সহায় কৰিব আৰু ইয়াৰ ফ...

September 1, 2024 12:55 PM

পেৰিছ পেৰালিম্পিকত ভাৰত আজি পুৰুষৰ শ্বটপুট, হাই জাম্পকে ধৰি  কেইটামান শিতানত পদকৰ বাবে যুঁজিব

ভাৰতে পেৰিছ পেৰালিম্পিকৰ আজি চতুর্থ দিনা কেইটামান শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটৰ এফ ফৰ্টি শিতানৰ ফাইনেলত দেশৰ হকে প্রতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে পুৰুষৰ হাই জাম্পত টি-ফর্টি চেভেন শিতানত নিশাদ কুমাৰে পদকৰ দৌৰত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্...