September 8, 2024 7:38 PM

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজহ বিভাগৰ  বিশেষ কর্মশালা অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাজহ বিভাগৰ এখন বিশেষ কর্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। কৰ্মশালাত ৰাজহ বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে প্ৰতিখন জিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপৰি চক্র বিষয়াসকল উ...

September 8, 2024 7:32 PM

পাঠশালাত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভর্তি অভিযান আৰম্ভ

বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভর্তি অভিযান অনুষ্ঠিত হয়। এই কার্যসূচীত অসম প্রদেশ বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। এই অনুষ্ঠানত সহস্রাধিক লোকে আনুষ্ঠানিকভাৱে দলটোত যোগ দিয়ে। অনুষ্ঠানত মন্ত্ৰী দাসে কয় যে দলৰ এই অভিযানত পুৰণি সকলো...

September 8, 2024 7:29 PM

বৰপেটাত মহিলাৰ ১৯ বছৰ অনুৰ্ধ ৰাজ্যিক ক্রিকেট দল গঠনৰ বাবে শিবিৰ অনুষ্ঠিত

অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত বৰপেটাত মহিলাৰ ১৯ বছৰ অনুৰ্ধ ৰাজ্যিক ক্রিকেট দল গঠনৰ বাবে শিবিৰ অনুষ্ঠিত হৈছে। জিলা ক্ৰীড়া সন্থাৰ খেল-পথাৰত অহা ২৪ ছেপ্তেম্বৰ পৰ্যন্ত এই শিবিৰ মুকলি থাকিব। ৰাজ্যৰ বিভিন্ন জিলাৰ বাছনিপ্ৰাপ্ত ৬০ গৰাকী খেলুৱৈ এই কাৰ্যসূচীত উপস্থিত আছে। উ...

September 8, 2024 7:23 PM

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজহ বিভাগৰ এখন কৰ্মশালাত এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত থাকি যোৱা আবেদনকাৰীসকলৰ আ...

September 8, 2024 7:20 PM

চৰাইদেউ জিলাৰ মথুৰাপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত

চৰাইদেউ জিলাৰ মথুৰাপুৰ গ্ৰাম্য ক্রীড়া প্ৰকল্প খেলপথাৰত আজি অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ মুঠ ৩৮০ জন বিষয়ববীয়া উপস্থিত থকা এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকে ধৰি সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু সভাপতি ...

September 8, 2024 7:16 PM

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰৰ সাংসদ পদ আৰু ৰাজনীতি ত্যাগৰ সিদ্ধান্ত

Tতৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰে সাংসদ পদ আৰু ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মুকলি পত্ৰত সংসদৰ সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জীক ধন্যবাদ জ্ঞাপন কৰি শ্ৰীসৰকাৰে ৰাজ্যখনৰ সাম...

September 8, 2024 7:13 PM

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল আৰু প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলি আছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আজি ৰামবন আৰু বানিহালত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নির্বাচনী সভাত ভাষণ দিব। ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্ব...

September 8, 2024 9:03 PM

অসমৰ বিভিন্ন প্ৰান্তত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জয়ন্তী পালন

বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। মানৱতাৰ জয়গান গোৱা তেজস্বী কণ্ঠৰ অধিকাৰী শিল্পীগৰাকীৰ সংগীতে অসমৰ লগতে দেশে-বিদেশৰ অগণন জনতাক আজিও মুগ্ধ কৰি ৰাখিছে। কিংবদন্তী শিল্পীগৰাকীয়ে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে অসমীয়াৰ উপৰি বঙালী, হিন্দী, ইংৰাজী আৰু...

September 8, 2024 7:05 PM

ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন

ৰাজ্য চৰকাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্রিত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰিছে। এই পৰিষদৰ অধ্যক্ষ হিচাপে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰ চি জৈনক মনোনীত কৰা হৈছে। আনহাতে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৰ্তমানৰ অধ্যক্ষ ৰুক্ম গোহাঁই...

September 8, 2024 12:19 PM

পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতৰ নদীপ সিঙৰ পুৰুষৰ জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন; ৰাষ্ট্ৰপতি,উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী অভিনন্দন জ্ঞাপন

পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতে কালি আৰু দুটা পদক অৰ্জন কৰে। নদীপ সিঙে পুৰুষৰ জেভলিন থ্ৰ'ৰ এফ-41 শিতানত সোণৰ পদক অৰ্জন কৰে। এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নদীপে প্রথম স্থান লাভ কৰে। আনহাতে দৌৰবিদ চিমৰনে মহিলাৰ ২০০ মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে...