September 11, 2024 8:23 PM
অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি
দিল্লীৰ এখন আদালতে আজি সুৰানীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ কলিযোৱাৰ পাছত দিল্লীত তিহাৰ কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰি...