September 11, 2024 6:42 PM

যোৰহাটত এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত

যোৰহাট জিলাৰ বিভিন্ন স্থানত অসম চৰকাৰৰ এইডছ কনট্‌ল ছ'চাইটি আৰু যোৰহাট জিলা প্ৰশাসনৰ হৈ জিলা এইডছ নিয়ন্ত্রণ বিভাগৰ সৌজন্যত আজি এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ পৰামৰ্শদাতাই এইডছ ৰোগ সংক্ৰমণ, প্ৰতিৰোধ আৰু এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে বাহ...

September 11, 2024 6:40 PM

স্বচ্চ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰৰ অসম লোক পৰীক্ষা আইন ২০২৪ গ্রহণ

নিযুক্তি পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ তথা স্বচ্চ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্ত শাসিত সংস্থা অথবা কর্তৃপক্ষ, পৰিষদ অথ...

September 11, 2024 8:03 PM

অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পা...

September 11, 2024 6:34 PM

বড়োলেণ্ডত শান্তি স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্রমোদ বড়োৰ মত প্ৰকাশ

বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্রমোদ বড়োৱে সমগ্ৰ এলেকাটোৰ শান্তি স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে। ২০২০ চনত পৰিষদীয় এলেকাৰ শাসনৰ দায়িত্বত অহাৰ পাছত তেওঁৰ চৰকাৰে শান্ত, সেউজ আৰু স্মাৰ্ট বি টি আৰ গঠনৰ উদ্দেশ্যে ভালেমান নীতি নির্ধাৰণ কৰি পৰি...

September 11, 2024 6:06 PM

গ্ৰেটাৰ নয়দাত প্ৰধানমন্ত্ৰীৰ ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃ...

September 11, 2024 6:00 PM

অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অহা ৬ দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্বাভাস ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অহা ৬ দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্বাভাস দিছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ, ছিকিম আৰু বিহাৰতো অহা ১৪ ছেপ্তেম্বৰ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰাজস্থান, মধ্যপ্রদেশ, বিদর্ভ, উত্তৰ প্...

September 11, 2024 6:04 PM

সেউজ হাইড্ৰ’জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ ভার্চুৱেলী ভাষণ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বর্তমান জলবায়ু আৰু শক্তি পৰিৱৰ্তন এটা বিশ্বব্যাপী চৰ্চিত বিষয়। তেওঁ ইয়াকো কয় যে, দি-কাৰ্বনাইজেশ্বনৰ ওপৰত সেউজ হাইড্ৰ'জেনৰ প্ৰভাৱ প্ৰসাৰিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব অতি গুৰুত্বপূর্ণ সেউজ হাইড্ৰ'জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভার্চুৱেলী ভ...

September 11, 2024 5:57 PM

ভিয়েটনামৰ সাগৰীয় ধুমুহা য়াগিত ১৪১ জন লোকৰ প্ৰাণহানি

ভিয়েটনামত সংঘটিত প্রচণ্ড সাগৰীয় ধুমুহা য়াগি আৰু ইয়াৰ ফলস্বৰূপে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ১৪১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ৫৯ জন লোক সন্ধানহীন হৈ আছে। দেশখনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজধানী মহানগৰী হানয়ৰ মাজেৰে বৈ যোৱা ৰেড ৰিভাৰৰ জলপৃষ্ঠই তিনিটা পৰ্যায়ৰ বিপদস...

September 11, 2024 5:56 PM

অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক আঁচনি মুকলি

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰৰ ভিতৰত সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি বাসগৃহ নিৰ্মাণ কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ সম্প্ৰসাৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক এই আঁচনিখন আনু...

September 11, 2024 2:49 PM

বৰ্তমানৰ যুগটো হ’ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃ...