September 12, 2024 12:55 PM

মৰিগাঁও জিলা প্ৰশাসনৰ নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা

মৰিগাঁও জিলা প্ৰশাসনে ভূমি আৰু ৰাজহ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে জিলাখনৰ অন্তৱৰ্তী এলেকাসমূহত ভূমি প্ৰশাসনৰ প্ৰসাৰতাৰ উদ্দেশ্যে এক নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে। জিলাখনৰ অধীনৰ ৰাজহ চক্ৰ বিষয়াসহ চক্ৰ বিষয়াৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দূৰৱৰ্তী এলেকাসমূহত অস্থায়ী কার্যালয় সদৃশ ৰাজহ আদাল...

September 12, 2024 12:54 PM

কেন্দ্ৰীয় কেবিনেটৰ মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় কেবিনেটে বতৰৰ আগলি বতৰা আৰু জলবায়ু সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত অধিক সামর্থ আহৰণৰ উদ্দেশ্য মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই যোজনাৰ বাবদ ২ বছৰত ২ হাজাৰ কোটি টকা ব্যয় হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ধৰিত্ৰী ...

September 12, 2024 1:35 PM

তামুলপুৰৰ দৰঙামেলাত আৰক্ষীৰ অভিযানত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ

তামুলপুৰ জিলাৰ দৰঙামেলাত কালি আৰক্ষী আৰু এছ এছ বিয়ে চলোৱা যুটীয়া অভিযানত মাটিত পুতি থোৱা অৱস্থাত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ কৰে। কালি পুৱাৰে পৰা ভাৰত-ভূটান সীমান্ত এলেকাত টহল দিয়াৰ সময়তে লাভ কৰা তথ্যৰ ভিত্তিত দৰঙামেলাৰ পাগলাবাবা মন্দিৰৰ পাহাৰৰ ওপৰত অসমৰ সীমাৰ...

September 12, 2024 12:29 PM

১৫ ছেপ্তেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ’ব

ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকী...

September 12, 2024 12:21 PM

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ’ব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সি...

September 12, 2024 1:58 PM

ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত

■ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত কালি অসম ৰাজ্যিক ফুটবল দলে তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত কৰে। ঘৰুৱা দলটোৱে ক্ৰমাগতভাৱে তিনিখন খেলত জয়ী হৈ ছেমি ফাইনেলত নিজৰ স্থান সজীৱ কৰি ৰাখিছে৷ যোৰহাট জিলা ক্রীড়া সন্থাই অসম ...

September 12, 2024 10:14 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পা...

September 12, 2024 10:10 AM

ডিব্ৰুগড়ত বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ অধিসূচনাযোগে খচৰা

■ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি জিলাখনৰ বাবে বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত এখন অধিসূচনাযোগে খচৰা জিলা জৰীপ প্রতিবেদন প্ৰকাশ কৰিছে। বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিব্ৰুগড়ৰ কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৱেবছাইটত এই খচৰ...

September 12, 2024 10:05 AM

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব

■ ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰবো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্রকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰা...

September 12, 2024 9:59 AM

আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ’ব

■ আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্রধানমন্ত্রী নবেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ ...