June 23, 2024 8:33 PM
চেন্নাইত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰয়োগত ভাৰতৰ প্ৰগতিশিল পথ সংক্রান্তীয় সন্মিলন
চেন্নাইত আজি ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰয়োগত ভাৰতৰ প্ৰগতিশিল পথ সংক্রান্তীয় এখন সন্মিলন অনুষ্ঠিত হৈছে। অহা ১ জুলাইৰ পৰা ৩খন নতুন ফৌজদাৰী আইন কার্যকৰী হোৱাৰ পূৰ্বে আজিৰ সন্মিলনত এই সন্দৰ্ভত পর্যালোচনা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে, ঔপনিৱেশিক শাসক...