June 24, 2024 11:57 AM

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে। অম্বুবাচী  মেলাৰ আজি তৃতীয় দিনাও বিভিন্ন বেশ-ভূষাৰ সাধু, সন্ন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালি বন্ধৰ...

June 24, 2024 11:55 AM

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত; বৰ্তমানেও ১১খন জিলাৰ ৮১০খন গাঁও বানৰ কবলত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১১খন জিলাৰ ৮১০খন গাঁৱৰ বিভিন্ন অঞ্চল বানৰ কবলত আছে। আনহাতে, বানৰ ফলত ২ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৪ হাজাৰ ২৭৪ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈ আছে। আনহাতে, ১২ হাজাৰৰো অধিক লোকে আশ্রয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰ...

June 24, 2024 11:54 AM

চিৰাঙত পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ চতুৰ্থ মৃত্যুবার্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণি সু-সংগঠক বঁটা প্ৰদান অনুষ্ঠান

চিৰাঙৰ বিজনী মহাবিদ্যালয়ত কালি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ চতুৰ্থ মৃত্যুবার্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণি সু-সংগঠক বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন কৰা হয়। মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্রী মিনতি শ‍ইকীয়া আৰু অবিভক্ত শোণিতপুৰ জি...

June 23, 2024 9:03 PM

কাশ্মীৰৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত হৈছে। প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে, সুৰক্ষা বাহিনীয়ে কেইজনমান সন্ত্রাবাদীক অনুপ্ৰবেশৰ সম্ভেদ লাভ কৰাৰ পাছত শনিবাৰে বজৰং-উৰি খণ্ডত চলোৱা অভিযানৰ সময়ত সূত্রপাত হোৱা গুলিয়...

June 23, 2024 9:00 PM

নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা  ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষাত অৱতীৰ্ণ

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা  ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ আজি পুনৰ পৰীক্ষা অনুষ্ঠিত হয়। চলিত মাহৰ আৰম্ভণিতে জাৰি কৰা অধিসূচনাযোগে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছিল যে পুনৰ হ'বলগীয়া পৰীক্ষা দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বাজি ২০ ম...

June 23, 2024 8:57 PM

এয়াৰ ইণ্ডিয়াৰ ১৮২ নম্বৰ  বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৩২৯গৰাকী লোকলৈ ৩৯ সংখ্যক বাৰ্ষিকীত বিদেশ মন্ত্রী এছ জয়শংকৰৰ শ্ৰদ্ধাৰ্ঘ্য

বিদেশ মন্ত্রী এছ জয়শংকৰে আজি এয়াৰ ইণ্ডিয়াৰ ১৮২ নম্বৰ কনিষ্ক বিমান দুৰ্ঘটনাৰ ৩৯ সংখ্যক বাৰ্ষিকীৰ দিনা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৩২৯গৰাকী লোকলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। ১৯৮৫ চনৰ আজিৰ দিনটোতেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে এয়া সন্ত্ৰাসবাদৰ ইতিহাসৰ আটাইতকৈ শোকাবহ ঘটনা বুলি...

June 23, 2024 8:55 PM

ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ শ্ৰদ্ধাৰ্ঘ্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ শ্বহীদ দিৱস উপলক্ষে বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। শ্রীমোডীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ড০ মুখার্জীয়ে তেওঁৰ সমগ্ৰ জীৱন ভাৰত মাতৃৰ সেৱাৰ নামত উসৰ্গা কৰি থৈ গৈছে। প্রধানমন্ত্ৰীয়ে লগতে ড০ মুখাৰ্জীৰ গতিশ...

June 23, 2024 8:24 PM

মণিপুৰৰ জিৰিবাম জিলাৰ বৰোবেক্ৰাৰ গোৱাখালৰ জৈৱিক পামত আই ই ডিৰ বিস্ফোৰণ

মণিপুৰৰ জিৰিবাম জিলাৰ বৰোবেক্ৰা উপ সংমণ্ডলৰ গোৱাখালৰ এখন জৈৱিক পামত আজি নিচেই পুৱা এটা সন্দেহযুক্ত শক্তিশালী আই ই ডিৰ বিস্ফোৰণ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱা প্ৰায় ৩ মান বজাত এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলত পামখন বেয়াকৈ ক্ষতিগ্রস্ত হয়। অৱশ্যে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই। আৰক্ষীয...

June 23, 2024 8:21 PM

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিয়লি প্রায় ৩ বজাত নিৰাপত্তা বাহিনীৰ জোৱানসকলে ছিলগাৰৰ পৰা টেকলাগুদাম শিবিৰলৈ আগুৱাই যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাষ্টাৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিটোত ২০১ কোব্ৰা বেটেলিয়ন...

June 23, 2024 8:17 PM

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমাগত পেৰিছ অলিম্পিকত সুন্দৰ খেল প্ৰদৰ্শনেৰে দেশৰ মান উজ্বলাই তুলিবলৈ তেওঁ খেলুৱৈসকলক শুভেচ্ছা জনায়। ক্রীড়াৰ জৰিয়তে শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত আন্ত...