July 13, 2024 8:49 PM

অসমকন্যা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপৰ ২০২৪ বৰ্ষৰ ইউনেস্কোৰ মেন এণ্ড বায়’ডাইভাৰছিটি য়ং ছাইণ্টিষ্ট বঁটা লাভ

অসমকন্যা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে ২০২৪ বৰ্ষৰ কাৰণে ইউনেস্কোৰ মেন এণ্ড বায়’ডাইভাৰছিটি য়ং ছাইণ্টিষ্ট বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। দেশৰ ভিতৰত একমাত্ৰ যুৱ বিজ্ঞানী হিচাপে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা শ্ৰীকাশ্যপক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই স...

July 13, 2024 8:48 PM

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অংশ হিচাপে ৰাজ্যৰ জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগ...

July 13, 2024 8:46 PM

ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে, ২৪খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ২৪ খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্ৰধান প্রধান নদীসমূহৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৭৫টা ৰা...

July 13, 2024 8:45 PM

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ পথ সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যপন্থাসমূহ পর্যালোচনা কৰা হয়। জিলাখনত বিগত ৩ মাহত পূৰ্বতকৈ পথ দুর্ঘটনা হ্ৰাস পোৱা বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে পৰৱৰ্তী সময়ত মহানগৰীৰ ৰাজপ...

July 13, 2024 8:43 PM

মন্ত্ৰী সঞ্জয় কিষাণৰ তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা ২০টাৰো অধিক পথৰ শুভ উদ্বোধন

ৰাজ্যৰ শ্রমিক কল্যান মন্ত্ৰী সঞ্জয় কিষাণে আজি তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা ২০ টাৰো অধিক পথৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে আজি উদ্বোধন কৰা পথকেইটাৰ নিৰ্মাণৰ বাবে ২০২৩ বৰ্ষত আধাৰশিলা স্থাপন কৰা হৈছিল। ইয়াৰ লগতে অসম চৰকাৰ আৰু তিনিচুকীয়া পৌৰসভাৰ যৌথ উদ্যোগত নির্মীয়মাণ ভা...

July 13, 2024 8:40 PM

২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰৰ পদক্ষেপ গ্ৰহণ

অসম পেৰা অলিম্পিক সংস্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰা অলিম্পিকলৈ ৰাজ্যৰ খেলুৱৈসকলক সাজু কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত অসমৰ পেৰা ক্রীড়াবিদসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্রদর্শন কৰিবলৈ সমৰ্থ হৈছে। এই অ...

July 13, 2024 7:47 PM

ৰাজ্যিক সামুদ্রিক আৰু জলপথ পৰিবহণ সমিতিৰ সৈতে মঙলবাৰে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বৈঠক

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে অহা মঙলবাৰে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে ৰাজ্যিক সামুদ্রিক আৰু জলপথ পৰিবহণ সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ৰাজ্যসমূহৰ নিৰ্দিষ্ট সামুদ্রিক আৰু জলপথ পৰিবহণৰ পৰিকল্পনা প্রস্তুত কৰা, সামুদ্রিক খণ্ডৰ নীতি যুগুত কৰা, জল পৰ্যটন আৰু নগৰীয়া জল পৰিবহণৰ ওপৰত গুৰুত্ব আৰোপ ...

July 13, 2024 7:45 PM

শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নীক অপমানজনক মন্তব্য কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় মহিলা আয়োগক দিল্লী আৰক্ষীৰ এজাহাৰ

শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নীক অপমানজনক মন্তব্য কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগক এজাহাৰ দাখিল কৰিছে । মহিলা আয়োগে সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে কৰা মন্তব্যত গুৰুত্ব আৰোপ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ দ্বাৰা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।

July 13, 2024 7:44 PM

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদকৰ নিযুক্তিৰ বাবে কাইলৈ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। মুঠ ১০০ নম্বৰৰ এই পৰীক্ষা দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক দিনৰ ১০ বজাত যাৱতীয় তথ্য-...

July 13, 2024 7:10 PM

কাইলৈ নিশা ১২.৩০ বজাত স্পেইন-ইংলেণ্ডৰ মাজত ইউৰো কাপ ফুটবলৰ ফাইনেল খেল

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কাইলৈ নিশা চাৰে ১২ বজাত বাৰ্লিনত স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ ফাইনেল খেলিব। ছেমিফাইনেলত স্পেইনে ২-১ গ’লত ফ্ৰান্সক ...