July 17, 2024 8:56 PM
মৰিগাঁৱত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সন্দৰ্ভত প্ৰশিক্ষণ-কর্মশালা
সমগ্র শিক্ষা অভিযান তথা মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সন্দৰ্ভত প্ৰশিক্ষণ আৰু কর্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ১৫২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে এই কর্মশালাত অংশগ্ৰহণ কৰে। কর্ম...