July 18, 2024 12:49 PM
ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত পূৰ্বৰ নীতিৰ সাল-সলনি
ষষ্ঠ অনুসূচীভুক্ত এলেকাত স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বৰ নীতিৰ সাল-সলনি কৰিছে। এতিয়াৰেপৰা তিনি স্বায়ত্তশাসিত পৰিষদে পূৰ্বৰ দৰে বাজেট ধাৰ্য পুঁজি নাপাব। বিটিআৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদে সংগ্ৰহ কৰা ৰাজহৰ ওপৰত ভিত্তি কৰিহ...