July 18, 2024 4:52 PM

অ’মানৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ

ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে অ'মানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ কৰিছে। আন এগৰাকী সদস্যৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে। বাকী ছগৰাকী সদস্যক সুকলমে উদ্ধাৰ কৰিবলৈ অ’মান সামুদ্রিক সুৰক্...

July 18, 2024 1:36 PM

ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিং আৰু আৰ মহাদেৱনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিং আৰু আৰ মহাদেৱনে আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচুড়ে ন্যায়াধীশ দুগৰাকীক শপতগ্ৰহণ কৰোৱায়। ইয়াৰ পূৰ্বে ন্যায়াধীশ নংমেইকাপাম কোটিশ্বৰ সিং জম্মু-কাশ্মীৰ আৰু লাডাখ তথা শ্রীমহাদেৱন মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্...

July 18, 2024 1:27 PM

ওমানৰ উপকূলৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ গৈ সন্ধানহীন হোৱা ৮গৰাকী ভাৰতীয়সহ ৯গৰাকীক উদ্ধাৰ

ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে ওমানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয়সহ চালক দলৰ ৯গৰাকী সদস্যক উদ্ধাৰ কৰিছে। কমৰোজৰ পতাকা বিশিষ্ট এম ভি প্রেষ্টিচ ফেলকন নামৰ তেল পৰিবাহী টেংকাৰখনৰ চালক দলত ১৩গৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ ...

July 18, 2024 1:25 PM

মৰিছাছত ভাৰতৰ জন ঔষধি কেন্দ্ৰ মুকলি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কালি মৰিছাছত বিদেশত ভাৰতৰ প্ৰথমটো জন ঔষধি কেন্দ্ৰ মুকলি কৰে। জন ঔষধি মুকলি কেন্দ্ৰ অনুষ্ঠানত বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ য'গনাথে অংশগ্রহণ কৰে ৷ সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড০ জয়শংকৰে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ...

July 18, 2024 1:03 PM

ৰাষ্ট্ৰপতি মুৰ্মুৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপৰ গ্ৰন্থ আজি উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপ WINGS TO OUR HOPES-VOLUME-1 গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই-বুকখন উন্মোচন কৰিব। কেন্দ্ৰীয় ...

July 18, 2024 1:01 PM

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে ২১ জুলাইত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো পক্ষৰ পৰা সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাজেট ২৩ জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্...

July 18, 2024 12:58 PM

মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২ নক্সালবাদী নিহত

মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ সমীপৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২জন নক্সালবাদী নিহত হৈছে। আৰক্ষীয়ে ৱাণ্ডোলী গাঁৱৰ বনাঞ্চলত কালি বিয়লি নক্সালবিৰোধী অভিযান চলোৱাৰ সময়ত আত্মগোপন কৰি থকা নক্সালবাদীৰ দলে আৰক্ষীক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা...

July 18, 2024 12:56 PM

আইচিচি টি-২০ বেটিঙৰ ৰেংকিঙৰ দ্বিতীয় স্থানত সূর্য কুমাৰ যাদৱ

সূর্য কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ আই চি চি টি-২০ বেটিঙৰ ৰেংকিঙত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্বী জয়ছৱালে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে, ৰুতুৰাজ গাইকোৱাডে এটা স্থান তললৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাত...

July 18, 2024 12:54 PM

শ্ৰীলংকাৰ ডাম্বুলাত কাইলৈৰ পৰা মহিলা এছিয়া কাপ টি-২০ ক্ৰিকেট প্ৰতিোগিতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী মেচত কাইলৈ গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খে...

July 18, 2024 12:52 PM

জার্মানীত অনুষ্ঠিত হেমবার্গ অ’পেন টেনিছত আজি ৰোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটি জেকব স্নাইটাৰ আৰু মার্ক ৱালনাৰ যুটিৰ মুখামুখি

ভাৰতৰ ৰোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটিটো আজি বিয়লি জার্মানীত অনুষ্ঠিত হেমবার্গ অ'পেন টেনিছ প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মার্ক ৱালনাৰৰ যুটিটোৰ মুখামুখি হ'ব। পেৰিছ অলিম্পিকৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ এই প্ৰতিযোগিতাখন ভাৰতীয় যুটিটোৰ বাবে সুবর্ণ সুযোগ হিচা...