July 22, 2024 7:45 PM

আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কত লোকসভাত আলোচনা

লোকসভাই আজি আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰে। আলোচনাৰ আৰম্ভণি কৰি বিজেপিৰ ডº সঞ্জয় জয়ছোৱালে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে দেশত ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এন ডি এ চৰকাৰৰ অধীনত বাজেটত ক্ৰীড়া ক্ষেত্ৰৰ বাবে ২০১৪ চনৰ...

July 22, 2024 7:43 PM

সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত

সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত ৰখা হৈছে। কাইলৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বাৰা লোকসভাত সাধাৰণ বাজেট দাখিলৰ সমাপ্তিৰ পাছতে পুনৰ ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে উচ্চ সদনত কেইবাগৰাকীও সদস্যই ৰাজহুৱা বিষয়সমূহ উত্থাপন কৰাৰ সময়ত ৰাজ্যসভাৰ কাম-কাজ ...

July 22, 2024 7:36 PM

তামুলপুৰৰ আয়ুক্ত কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড পঞ্জীয়ন সম্পৰ্কত বৈঠক

তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড পঞ্জীয়ন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত এতিয়ালৈকে আধাৰ পঞ্জীয়নৰ পৰা বাদ পৰি থকা ৫ৰ পৰা ৭ বছৰ আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ...

July 22, 2024 7:34 PM

অহা ২৭ জুলাইলৈ শোণিতপুৰৰ মিছামাৰীত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন

শ্বিলঙৰ নিযুক্তি কার্যালয়ে কাইলৈৰ পৰা অহা ২৭ জুলাইলৈ অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্রিল-মে' মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীর্ণ প্রার্থীয়ে এই নিযুক্ত...

July 22, 2024 7:32 PM

ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডº পৰেশ চন্দ্ৰ কলিতাই প্ৰকাশ কৰা অনুসৰি জিলাখনত ৩৬গৰাকী লোক জাপানীছ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ১৮ গৰাকী লোক জাপানীচ এনচেফেলাইটিছ পজিধিভ বুলি চি...

July 22, 2024 7:31 PM

সংসদত কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল

সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। কাইলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰিব। আজি বিত্তমন্ত্ৰীগৰাকীয়ে সদনত চলিত বিত্তীয় বৰ্ষৰ বাবে ৬ দশমিক ৫ৰ পৰা ৭ শতাংশ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ সম্ভাৱনাৰে অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। ইপিনে, সদনত কাইলৈ দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটে ...

July 22, 2024 6:59 PM

বঙাইগাঁও আৰু বিশ্বনাথ জিলাত আজি সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ

খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাত ৰাজ্যত উৎপাদিত ধানৰ পৰা সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ কৰা হয়। তেওঁ বঙাইগাঁৱৰ অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ ভঁৰালগৃহ চৌহদত বিকেন্দ্রীকৃত শস্য সংগ্রহ কেন্দ্র মুকলি কৰে। এতিয়াৰে পৰা জিলাখনত কৃষকস...

July 22, 2024 6:57 PM

বিগত কেইটামান বছৰত দেশত নিবনুৱাৰ হাৰ উল্লেখনীয়ভাৱে হ্রাস পাইছে বুলি লোকসভাত শোভা কৰন্দলাজৰ প্ৰকাশ

বিগত কেইটামান বছৰত দেশত নিবনুৱাৰ হাৰ উল্লেখনীয়ভাৱে হ্রাস পাইছে বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী শোভা কৰন্দলাজে আজি লোকসভাত প্রকাশ কৰে। তেওঁ কয় যে শেহতীয়া বার্ষিক শ্রম জৰীপ প্রতিবেদন অনুসৰি ২০২০-২১ বর্ষত ১৫ বছৰৰ ঊর্ধৰ লোকৰ ক্ষেত্রত নিবনুৱাৰ হাৰ ৪.২ শতাংশৰ পৰা ২০২২-২৩ বর্ষত ৩.২ শতাংশল...

July 22, 2024 6:55 PM

‘হৰ ঘৰ জল’ৰ অধীনত দেশত প্রায় ১১ কোটি ৭৫ লাখ গ্রামীণ পৰিয়ালক খোৱাপানীৰ সংযোগ প্রদান

কেন্দ্রীয় চৰকাৰে বিগত পাঁচটা বছৰত জলজীৱন অভিযান 'হৰ ঘৰ জল'ৰ অধীনত দেশত প্রায় ১১ কোটি ৭৫ লাখ গ্রামীণ পৰিয়ালক খোৱাপানীৰ সংযোগ প্রদান কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জলশক্তি মন্ত্র্যালয়ৰ ৰাজ্য মন্ত্রী ভি সুমন্নাই আজি এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ২০১৯ চনত এই অভিযান আৰম্ভ কৰাৰ সময়ত দেশৰ ৩ কোটি ২...

July 22, 2024 7:05 PM

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত ৩২ জন অভিযুক্তক দোষী সাব্যস্ত

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে ৩২ জন অভিযুক্তক দোষী সাব্যস্ত কৰে। দীর্ঘদিন ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অদালতে অয়োগৰ প্রাক্তন অধ্যক্ষ বাকেশ কুমাৰ পালৰ লগতে প্রাক্তন দুই সদস্য চামেদুৰ বহমান, বসন্ত কুমাৰ দলে আৰু ২৯ জন কৃষি উন্নয়ন বিষয়া পদত নি...