July 22, 2024 6:27 PM
ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত প্রধানমন্ত্রীৰ সৈতে বৈঠকত মিলিত হিমন্ত বিশ্ব শর্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হয়। বন্যার্তসকলে সম্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্রাস কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্রচেষ্টাৰ বিষয়েও তেওঁ প্রধানমন্ত্রীগৰাকীক অৱগত কৰে। তদুপৰি সাক্ষাতকালত ৰাজ্যত চলি থক...