July 23, 2024 7:37 PM
ৰমেন বৰুৱাৰ সন্ধান বিচাৰি মহানগৰ আৰক্ষীৰ ভিন্ন প্রান্তত অভিযান অব্যাহত
যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধান বিচাৰি মহানগৰ আৰক্ষীয়ে ভিন্ন প্রান্তত অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালৰ ব্ৰহ্মপুত্ৰ নৈত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে শ্ৰীবৰুৱাৰ সন্ধানত অভিযান চলায়। অৱশ্যে এইপর্যন্ত সংগীত পৰিচালকগৰাকীৰ শুংসূত্ৰ ওলোৱা নাই। উল্লেখযোগ্য যে কালিৰ...