July 28, 2024 6:33 PM
বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাক খাদী কাপোৰ কিনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ
আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, পূর্বে খাদী কাপোৰ ব্যৱহাৰ নকৰা লোকেও এতিয়া অতি গৌৰৱেৰে খাদী কাপোৰ পৰিধান কৰিবলৈ লৈছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে, দেশৰ খাদী গ্ৰাম্য উদ্যোগৰ ব্যৱসায়ে ৪০০ শতাংশ বৃদ্ধিপ্রাপ্ত হৈ প্ৰথমবাৰৰ বাবে ডেৰ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে...