July 28, 2024 7:49 PM
কাইলৈ নতুন দিল্লীৰ মানেকছ চেণ্টাৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূর্তি উদযাপন
শিক্ষা মন্ত্ৰ্যালয়ে কাইলৈ নতুন দিল্লীৰ মানেকছ চেণ্টাৰ প্ৰেক্ষাগৃহত অখিল ভাৰতীয় শিক্ষা সমাগম, ২০২৪ সৈতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বৰ্ষপূর্তি উদযাপন কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ সফল ৰূপায়ণৰ বাবে অংশীদাৰসকলৰ দায়বদ্ধতাক পুনৰ সজীব কৰি তোলাৰ বাবে অখিল ভাৰতীয় শিক্ষা সমাজৰ ধা...