July 30, 2024 8:34 PM

পেৰিছ অলিম্পিকৰ মহিলা টেবুল টেনিছৰ একক শাখাত মনিকা বাট্ৰা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

পেৰিছ অলিম্পিকৰ মহিলা টেবুল টেনিছৰ একক শাখাৰ তৃতীয় ৰাউণ্ডত ভাৰতীয় পেডলাৰ মনিকা বাট্ৰাই ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ৰয়িঙৰ পুৰুষৰ ছিংগলছৰ স্কালছ শিতানত ভাৰতৰ বলৰাজ পানৱাৰে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰি পঞ্চম স্থানতে থমকি প্রতিযোগ...

July 30, 2024 8:32 PM

উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ জাননী জাৰি

ৰাজ্য চৰকাৰৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে বিত্ত বিভাগে এখন জাননী জাৰি কৰিছে। সেই অনুসৰি ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ মাৰ্চপর্যন্ত উচ্চ শিক্ষাৰ ঋণ গ্ৰহণ কৰাসকলৰ উপযুক্ত বিবেচিত এককালীন সাহায্য হিচাপে ৫০ হাজাৰ টকা দিয়া হ'ব। ঋণ লাভ কৰা কোনো ...

July 30, 2024 8:30 PM

চিৰাং জিলাৰ বাসুগাঁও গয়বাৰী শ্বহীদ উদ্যানত সন্ত্রাসবাদ বিৰোধী দিৱস উদযাপন

চিৰাং জিলাৰ বাসুগাঁও গয়বাৰী শ্বহীদ উদ্যানত আজি এবছুৰ উদ্যোগত ২৮ সংখ্যক সন্ত্রাসবাদ বিৰোধী দিৱস উদযাপন কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰাক্তন সভাপতি প্রয়াত চৌমলা বসুমতাৰীৰ মৃত্যু তিথিত পালন কৰা এই দিৱসৰ কাৰ্যসূচীত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, এবছুৰ বিষববীয়াসকলৰ লগতে প...

July 30, 2024 8:29 PM

কোকৰাঝাৰত ডুৰাণ্ড কাপ প্রতিযোগিতাৰ উদ্বোধনী খেলত নৰ্থ ইষ্ট এফ চিৰ জয়লাভ

আজিৰে পৰা কোকৰাঝাৰ চহৰৰ কঠালগুৰিত থকা ছাই ষ্টেডিয়ামত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা অনুষ্ঠিত হৈছে। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত এইবাৰ দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী মেচখন বড়োলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট এফ চিৰ মাজত খেলোৱা হয়। এই খেলখনত নৰ্থ ইষ্ট এফ চিয়ে ২...

July 30, 2024 7:20 PM

ৱায়নাডৰ ভূমিস্খলন ঘটনাক লৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৱায়নাডৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবার্তাত ভূমিস্খলনৰ ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও আহতসকল শীঘ্ৰেই সুস্থ হৈ উঠাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা...

July 30, 2024 7:18 PM

ৱায়নাডত সংঘটিত ভূমিস্খলনত উদ্ধাৰৰ বাবে সকলোধৰণৰ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰক ৰাহুল গান্ধীৰ অনুৰোধ

বিৰোধী নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত উদ্ধাৰৰ বাবে সকলোধৰণৰ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে। লোকসভাত এই বিষয়টো উত্থাপন কৰি শ্ৰী গান্ধীয়ে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে সাহায্য শিবিৰ স্থাপন কৰিবলৈ আহ্বান জনায়। ৰাহুল গান্ধীয়ে কৈছে যে ম...

July 30, 2024 7:16 PM

কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত দেশত ৭২ হাজাৰ আন্তঃগাঁথনি প্রকল্প নিৰ্মাণঃ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৭৬ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৭২ হাজাৰ আন্তঃগাঁথনি প্রকল্প নিৰ্মাণ কৰা হৈছে। লোকচান হ্ৰাস কৰা, খেতিয়কসকলক উচিত মূল্য প্ৰদান কৰা, কৃষি ক্ষেত্ৰত উদ্ভাৱনত উদগনি যোগোৱা আৰু কৃষি আন্তঃগাঁথনিৰ বাবে বিন...

July 30, 2024 7:15 PM

দেশৰ অৰ্থনীতি চৰকাৰে ভুলকৈ পৰিচালনা কৰিছে বুলি ৰাহুল গান্ধীয়ে লোকসভাত তোলা অভিযোগক মন্ত্ৰী পীয়ুষ গোৱেলৰ সমালোচনা

লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি চৰকাৰে ভুলকৈ পৰিচালনা কৰিছে বুলি তোলা অভিযোগক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সমালোচনা কৰিছে। তেওঁ কয় যে এন ডি এ দেশৰ অৰ্থনীতিক বিশ্বৰ পঞ্চম অর্থনীতিলৈ উন্নীত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী গোৱেলে অভিযোগ কৰ...

July 30, 2024 7:14 PM

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যৰ শপতগ্ৰহণ

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যই আজি শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্...

July 30, 2024 7:11 PM

ৰাজ্যৰ ভূতপূৰ্ব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায়

ৰাজ্যৰ ভূতপূৰ্ব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। বৰঝাৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কাৰ্টাৰীয়াক গার্ড অৱ অ'নাৰেৰে বিদায় জনোৱা হয়। পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা কাৰ্টাৰীয়াই অসম এৰাৰ পূৰ্বে অসমৰ জনসাধাৰণে তেওঁক যথেষ্ট মৰম ...