July 30, 2024 7:09 PM

মুখ্যমন্ত্ৰী ডেছ বৰ্ডত মৰিগাঁও জিলা ষষ্ঠ স্থানলৈ উন্নীত

মৰিগাঁও জিলাই মুখ্যমন্ত্ৰী ডেছ বৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতাৰ ভিত্তিত মুখ্যমন্ত্রী ডেছ ব'ৰ্ডত থকা ১৬টা বিভিন্ন বিভাগৰ কাম-কাজ আৰু সেৱা মূল্যায়নৰ ভিত্তিত জিলাখনে এই স্থান লাভ কৰিছে। গুৱাহাটী অনুষ্ঠিত হোৱা আয়...

July 30, 2024 7:07 PM

গোলাঘাটৰ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তত বান, কেইবাখনো গাঁও প্লাৱিত

দুদিন ধৰি হোৱা নেৰানেপেৰা বষুণৰ ফলত গোলাঘাট জিলাৰ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তত বানপানীৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে মেৰাপানীৰ চাংখাতি অঞ্চলৰ কেইখনো গাঁও প্লাৱিত কৰিছে। চাংখাতি, কল্যাণপুৰ, শান্তিপুৰ, গ্লানপুৰ, দয়ালপুৰকে ধৰি কেইবাখনো গাঁও বানত ডুব গৈছে। শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ প...

July 30, 2024 7:05 PM

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যত স্বাস্থ্য-কৃষি বিভাগৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দ...

July 29, 2024 8:33 PM

পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালৰ সপ্তম স্থান দখল

আজি পেৰিছ অলিম্পিকত ভাৰতৰ অৰ্জুন বাবুটাই ১০মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত চতুর্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে, ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালে সপ্তম স্থান দখল কৰে। খেলত চীনৰ চেং লিহাওয়ে সোণৰ পদক, চুইডেনৰ ভিক্টৰ লিওগ্ৰীনে ৰূপ আৰু ক্ৰয়েছিয়াৰ মিৰান মেৰিকিকে ব...

July 29, 2024 8:30 PM

পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলত ১-১ গলত ড্ৰ’

পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন ১-১ গলত ড্ৰ’ হয়। আৰ্জেণ্টিনাৰ লুকাচ মার্টিনেজে খেলৰ প্ৰথম হাফত ১ গলত আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমন প্রীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ ফলত খেলখন ড্ৰ’ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ...

July 29, 2024 8:23 PM

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যসভাত আজি অসমাৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে লিখিতভাৱে এই বিষয়ে প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ টা নতুন সেউজ বিমান বন্...

July 29, 2024 8:19 PM

কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান...

July 29, 2024 8:15 PM

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তোখান সাহুয়ে কয় যে, সর্বমুঠ ৮৬ লাখ ৩৮ হাজাৰ ঋণ মোকলাই দিয়া হৈছে আৰু ইয়া...

July 29, 2024 7:53 PM

ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়

পাঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়। অধ্যাপক ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰ...

July 29, 2024 7:14 PM

কাইলৈ অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব

অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই কাইলৈ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ দুপৰীয়া এই শপতগ্রহণ হ'ব। কাইলৈ শপতগ্ৰহণ কৰিবলগীয়া লক্ষ্মণপ্ৰসাদ আচাৰ্যক অস...