August 1, 2024 8:38 PM

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছেঃ নীতিন গাডকাৰী

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধীকৰণৰ সহযোগত চণ্ডীগড় আৰু অসমত পৰীক্ষামূলকভাৱে এনে চিকিৎসা প্রদান কৰা হৈছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভা এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, পথ দুৰ্ঘটনাত বলি হোৱা...

August 1, 2024 8:35 PM

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা আগবঢ়োৱা হৈছে। ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, এনে বীমাৰ অধীনত প্ৰতিগৰাকী ব্যক্তিলৈ পাঁচ লাখ...

August 1, 2024 8:33 PM

দেশত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

কেন্দ্ৰীয় চৰকাৰে কৈছে যে, দেশত ৰে'ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু ইউ পি এৰ শাসন কালৰ তুলনাত ৰে'ল দুৰ্ঘটনা ৬৮ শতাংশ হ্রাস পাইছে। লোকসভাত আজি ৰে'ল মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰি সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ইউ পি এৰ শাসন কালত ৰে'ল দুৰ্ঘ...

August 1, 2024 8:25 PM

বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনহৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভার্চুৱেল ব্যৱস্থাৰে ভিয়েটনামৰ নহা তৰাঙৰ দূৰ সংযোগ বিশ্ববিদ্যালয়ৰ সেনা ছফ্টৱেৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্...

August 1, 2024 8:44 PM

গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নির্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ

কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এটা নির্দেশযোগে গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে এজন গ্রাহকে বেয়া হোৱা মোবাইল ফোনৰ বাবদ কোম্পানীটোৰ পৰা উপযুক্ত সেৱা লাভ নকৰাৰ অভিযোগত উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ ওচৰ...

August 1, 2024 8:13 PM

ৰাজ্যৰ ৯৭৪গৰাকী ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ আন্তঃজিলা বদলিৰ নির্দেশনা সর্বশিক্ষা অভিযান মিছনৰ

সর্বশিক্ষা অভিযান মিছনে ৰাজ্যৰ ৯৭৪গৰাকী ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ আন্তঃজিলা বদলিৰ নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি মিছনে নির্ধাৰিত দিনত নিজ শিক্ষানুষ্ঠানত যোগদান কৰিবলৈ বদলিকৃত শিক্ষকসকলক আহ্বান জনাইছে।

August 1, 2024 8:08 PM

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগবাকীয়ে ৰাজ্যখনৰ পথ উন্নয়ন আৰু মেৰামতিব বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে। ইফালে, শ্রীমহন্তই কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জনপথ মন্ত্রী সর্বানন্দ সোণোৱালকো সাক্ষাৎ কৰি ৰাজ্যৰ জলপথ ...

August 1, 2024 7:20 PM

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায় আৰম্ভ; ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অর্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত...

August 1, 2024 6:44 PM

গ্ৰীষ্ম বন্ধৰ পাছত পাঠদান আৰম্ভ হোৱাৰ দিনটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱৰ ডিজিটেল মাধ্যমেৰে ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গ্ৰীষ্ম বন্ধৰ পাছত আজি পাঠদান আৰম্ভ হোৱাৰ দিনটোত ডিজিটেল মাধ্যমেৰে ৰাজ্যৰ ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যালয়ৰ পৰা এই বিদ্যালয়সমূহৰ সৈতে সংযোগ স্থাপন কৰি মন্ত্ৰী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকললৈ শুভেচ্ছা...

August 1, 2024 6:40 PM

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ ফলত ধনশিৰি আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ধনশিৰি আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। নদীকেইখনৰ বাঢ়নী পানীয়ে গোলাঘাট জিলা, মৰঙী আৰু নুমলীগড় অঞ্চলৰ বিভিন্ন গাঁও প্লাৱিত কৰিছে। বানৰ ফলত খুমটাই বিধানসভা সমষ্টিৰ শাওতলী, ভোলাগুৰি, আৱঘাট, আধাৰ সত্ৰ, বুটলিখোৱাকে ধৰি ১০খনৰো অধিক গাঁও প্লাৱ...