August 3, 2024 8:37 PM

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ অধীনত তিনিচুকীয়াত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ অধীনত তিনিচুকীয়া জিলাত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী পূর্ণগতিত অব্যাহত আছে। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক গছপুলি বিতৰণ কৰা হৈছে। এই উদ্দেশ্যেৰে কাকপথাৰ উন্নয়ন খণ্ডৰ অধীনত ৰঙাজান গাঁও পঞ্চায়তত পঞ্চায়ত সচিব, জীৱিকা সখী, পশুসখী আৰু বেংকসখীৰ লগতে জ...

August 3, 2024 8:35 PM

গোলাঘাটত ব্ৰহ্মপুত্র নদীপৃষ্ঠৰে নুমলীগড়ৰ পৰা গহপুৰ সংযোগী ৪ লেনযুক্ত প্ৰস্তাৱিত সুৰংগ পথৰ নিৰ্মাণ সম্পৰ্কীয় সভা

ব্ৰহ্মপুত্র নদীপৃষ্ঠৰে নুমলীগড়ৰ পৰা গহপুৰ সংযোগী চাৰে ষোল্ল কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ লেনযুক্ত প্ৰস্তাৱিত সুৰংগ পথটোৰ নিৰ্মাণ সম্পৰ্কীয় এখন সভা আজি গোলাঘাটত অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই সভাপতিত্ব কৰে। প্ৰস্তাৱিত সুৰংগ...

August 3, 2024 8:34 PM

কামৰূপৰ ঐতিহাসিক পুষ্পভদ্রা জান পৰিষ্কাৰ কৰাৰ বাবে মুখ্যমন্ত্রীৰ বিশেষ পদক্ষেপ গ্ৰহণ

কামৰূপৰ ঐতিহাসিক পুষ্পভদ্রা জান পৰিষ্কাৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ চাংসাৰি অঞ্চলৰ বামুণীগাঁও, জালাহ, বলাইবিল, ভাঙুৰিছোৱা আদি গাঁওসমূহ কৃত্রিম বানৰ পৰা মুক্ত কৰিবলৈ প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ জানটো পৰিষ্কাৰকৰণৰ কাম হাতত লোৱা হৈছে। এই পদক্ষেপ বৃহ...

August 3, 2024 6:49 PM

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৫ৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। এয়া হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্ট ভ্ৰমণ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব ...

August 3, 2024 6:48 PM

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা অসহযোগ আন্দোলন

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলন ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক ম...

August 3, 2024 6:47 PM

গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

গুৱাহাটী মহানগৰৰ পূব প্ৰান্তত অৱস্থিত পুৰণি উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ আজি দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰণৱ শাণ্ডিল্য আৰু পৰিচালনা সমিতিৰ সভাপতি ড০ ইন্দ্ৰকুমাৰ ভট্টাচাৰ্যই আৰম্ভ কৰা দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা মুকলি সভাত অসম...

August 3, 2024 6:44 PM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী, শক্তিপীঠ কামাখ্যাত পূজা-অৰ্চনা

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীয়ে আজি শক্তিপীঠ কামাখ্যা ধামত পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত শ্ৰীচাইনীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ উচ্চ প্ৰশংসা কৰি কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপসমূহৰ ফ...

August 3, 2024 2:28 PM

পেৰিছ অলিম্পিক আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব

পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব। শুটিঙত মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত তেওঁ ব্যর্থ হয়। আজি তেওঁ চতুর্থ স্থান লাভ কৰে। ভাকৰে ইতিমধ্যে মহিলাৰ ১০ মিট...

August 3, 2024 2:26 PM

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেঁচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজি...

August 3, 2024 2:22 PM

সর্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা বিশেষ লোক আদালতৰ আজি অন্তিম দিন

সর্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা বিশেষ লোক আদালতৰ আজি অন্তিম দিন। জনসাধাৰণক সৰল আৰু খৰতকীয়াকৈ ন্যায় প্ৰদানৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। লোক আদালতে খৰতকীয়াকৈ সুলভ আৰু ফলপ্ৰসু ন্যায় প্রদান কৰে। অনুষ্ঠানত...