August 3, 2024 8:55 PM

দিল্লীৰ ‘আশা কিৰণ’ আশ্ৰয় গৃহত এমাহত ১২জন লোকৰ মৃত্যুৰ বাতৰি সন্দৰ্ভত মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তলৈ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ জাননী

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত আশা কিৰণ নামৰ আশ্ৰয় গৃহত এটা মাহৰ ভিতৰত ১২ জনকৈ লোকে প্ৰাণ হেৰুওৱা বুলি ওলোৱা বাতৰি সন্দৰ্ভত দিল্লীৰ মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্রকাশিত বাতৰি সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি আয়োগে চাৰি সপ্তাহৰ...

August 3, 2024 8:53 PM

গুজৰাটৰ পৌৰসভাসমূহলৈ জৰুৰীকালীন অগ্নিনির্বাপক বাহন আৰু সঁজুলি ক্ৰয়ৰ বাবে ৬৩ কোটি টকাৰ অনুদান

গুজৰাট চৰকাৰে ৰাজ্যৰ পৌৰসভাসমূহক জৰুৰীকালীন অগ্নিনির্বাপক বাহন আৰু সজুলি ক্ৰয় কৰিবলৈ ৬৩ কোটি টকাৰ অনুদান প্ৰদান কৰিছে। ৰাজ্যত অগ্নিকাণ্ডৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আগত জনপ্রতিনিধি আৰু স্থানীয় নেতাসকলে জনোৱা অনুৰোধৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। স্বানীর্ম জয়ন্তী মুখ্যমন্ত্ৰীৰ নগৰ...

August 3, 2024 8:52 PM

পেৰিছ অলিম্পিকৰ মহিলাৰ আৰ্চাৰীত ভাৰতৰ দীপিকা কুমাৰী পৰাজিত

ভাৰতৰ দীপিকা কুমাৰী আজি পেৰিছ অলিম্পিকৰ মহিলাৰ আৰ্চাৰীৰ ব্যক্তিগত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীৰ হাতত ৪-৬ৰ ফলাফলত পৰাজিত হয়। দেশৰ আন এগৰাকী আৰ্চাৰ ভজন কৌৰ ইণ্ডোনেছিয়াৰ ডায়নান্দা চোইৰুনিচাৰ হাতত পৰাজিত হৈ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। ইয়াৰ লগে লগে আৰ্চাৰীত ভাৰতৰ ...

August 3, 2024 8:50 PM

জাগীৰোডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। আজি জাগীৰোডত প্ৰকল্পটোৰ ভূমিপূজন অনুষ্...

August 3, 2024 8:47 PM

দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ৯ৰ পৰা ১৫ আগষ্টলৈ ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 3, 2024 8:46 PM

বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত ভাৰতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনৰ শক্তিশালী কৃষি খণ্ডৰ সহায়ত বিশ্বব্যাপি দেখা দিয়া ক্ষুধা আৰু পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সমৰ্থ হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত ৩২ সং...

August 3, 2024 8:44 PM

কেন্দ্ৰীয় চৰকাৰৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ফকিৰাগ্ৰাম ৰে’ল ষ্টেচন বিকশিত কৰাৰ ব্যৱস্থা

কেন্দ্ৰীয় চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূবত ৬০টা ৰে'ল ষ্টেচন বিশ্বমানৰ সা-সুবিধাৰ সৈতে বিকশিত কৰাৰ ব্যৱস্থা কৰিছে। বাছনিপ্রাপ্ত ষ্টেচনসমূহৰ ভিতৰত অসমৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰে'ল ষ্টেচনটো ৩৪ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে বিকশাই তোলাৰ পদক্ষেপ লোৱা হৈছে। এই ষ্টেচনটোৰ পুনৰ নিৰ্মাণে ক...

August 3, 2024 8:41 PM

বৰপেটাত ‘সম্পূর্ণতা অভিযান’ৰ অধীনত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

নিটি আয়োগৰ উদ্যোগত আৰম্ভ কৰা সম্পূর্ণতা অভিযানৰ অধীনত আজি বৰপেটা জিলাতো বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। মন্দিয়া উন্নয়ন খণ্ডৰ লগতে সামগ্ৰিকভাৱে জিলাখনতে চলিবলগীয়া এই অভিযানৰ আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শুভাৰম্ভ কৰে। এই উপলক্ষে বৰপেটা জিলা পুথিভঁড়াল প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত উপস্থি...

August 3, 2024 8:39 PM

ৰাজ্যত আধৰুৱাকৈ শিক্ষা ত্যাগ কৰা নাইবা ড্রপআউট ছাত্ৰীৰ সংখ্যা বৃদ্ধিক লৈ বৰপেটাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা সভা

ৰাজ্যখনত আধৰুৱাকৈ শিক্ষা ত্যাগ কৰা নাইবা ড্রপআউট ছাত্ৰীৰ সংখ্যা বৃদ্ধিক লৈ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে উদ্বিগ্নতা প্রকাশ কৰিছে। আজি বৰপেটাত মন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ এখন বিভাগীয় পর্যালোচনা সভাত অংশ লয়। সভাত লাভ কৰা তথ্যৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কয় যে, অলপতে ইউনিচেফৰ পৰাও ৰাজ্যৰ শিক্ষা বিভ...

August 3, 2024 8:38 PM

ৰাজ্যৰ আগশাৰীৰ সংবাদপত্র ‘দৈনিক অসমে’ কাইলৈ ৬০ বছৰত পদার্পণ কৰিব

অসমৰ আগশাৰীৰ সংবাদপত্র দৈনিক অসমে কাইলৈ ৬০ বছৰত পদার্পণ কৰিব। সিংহপুৰুষ বাধাগোবিন্দ বৰুৱাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই কাকতে বিগত ছটা দশকজুৰি ৰাজ্যখনৰ জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। দি আছাম ট্ৰিবিউন কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত কাকতখনে অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনতো বৰঙণি আগবঢ়াই আহিছে। কাইলৈৰ...