August 4, 2024 11:25 AM
পেৰিছ অলিম্পিকত লাভলীনা বৰগোহাঁইৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ সন্মুখীন
পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত টকি ' অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ সন্মুখীন হ'ব। খেলখন বিয়লি ৩ বাজি ২ মিনিটত অনুষ্ঠিত হ'ব। আনহাতে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত লক্ষ্য সেন, ডেনমার্কৰ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব...