August 15, 2024 8:41 PM

উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত  ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

 উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মিজোৰামত আজি ব্যাপক উৎসাহ-উদ্দীপনাৰে এই দিৱস উদযাপন কৰা হয়। আছাম ৰাইফলছ গ্রাউণ্ড লামুৱালত আয়োজিত ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্রী লালডুহোমাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁৰ নেতৃত্বত চৰকাৰে জনসাধাৰণ...

August 15, 2024 8:36 PM

ৰাজ্যৰ কেইবাখনো নৱজাতকৰ আধাৰ পঞ্জীয়ন কক্ষৰ শুভাৰম্ভ

স্বাধীনতা দিৱসৰ দিনটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে অসামৰিক চিকিৎসালয়ত ‘নৱজাতকৰ আধাৰ পঞ্জীয়ন' কক্ষৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অতিৰিক্ত আয়ুক্ত আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে, ...

August 15, 2024 8:33 PM

২০৩৬ চনত অলিম্পিক ক্রীড়া অনুষ্ঠিত কৰাৰ বাবে ভাৰতে সপোন দেখিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণত সদ্যসমাপ্ত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে অহা ২৮ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় এথলীটৰ দলটোৰ প্ৰতিও আন্...

August 15, 2024 8:28 PM

দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

 উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰী ধনখড়ে হায়দৰাবাদৰ কানহা শান্তি বনমলৈ যাব। দ্বিতীয় দিনা অন্ধ্রপ্রদেশত স্বৰ্ণ ভাৰত ন্যাসৰ ২৩ সংখ্যক বার্ষিকীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেওঁ লগতে অকশৰা বিদ্যালয় চৌহদ আৰু দক্ষ...

August 15, 2024 8:26 PM

নতুন দিল্লীত ৰাষ্ট্ৰীয় কীটনাশক তদাৰকী ব্যৱস্থা মুকলি

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কীটনাশক তদাৰকী ব্যৱস্থা মুকলি কৰে। শ্ৰী চৌহানে এন পি এছ এছ এই ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে, ইয়াৰ ফলত খেতিয়কসকলে তেওঁলোকৰ কৃষি সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ কীটনাশক ব্যৱহাৰৰ বিষয়ে জানিব পাৰিব। আজিৰ অনুষ্ঠা...

August 15, 2024 8:21 PM

প্ৰতিৰক্ষা আহিলাপাতি নির্মাণেৰে সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ ভাৰত সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰতিৰক্ষা সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে লালকীল্লাৰ ভাষণত কয় যে, দেশ এইক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিছে আৰু প্ৰতিৰক্ষা আহিলাপাতি নির্মাণেৰে সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। দেশ প্ৰতিগৰাকী শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীৰ ওচৰত চিৰ ঋণী বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বাল...

August 15, 2024 8:17 PM

মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু অপৰাধৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

লালকীল্লাত ৰাষ্ট্ৰক উদ্দশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু অপৰাধৰ ঘটনাক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁ কয় যে, এনে ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক শীঘ্ৰে শাস্তি প্ৰদান কৰা উচিত। তেওঁ কয় যে, সংবাদ মাধ্যমত ধৰ্ষণৰ ঘটনাৰ বহুল প্ৰচাৰ হয় যদিও দোষীসকলক প্ৰদান কৰা সাস্তিৰ ...

August 15, 2024 8:15 PM

পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি ক্ষেত্রত চৰকাৰে অত্যাধুনিক ব্যৱস্থা গঢ়ি তুলিছেঃ প্ৰধানমন্ত্ৰী মোদী

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগেই হওক বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি অথবা অন্য ক্ষেত্রই হওক সকলো ক্ষেত্রতেই অত্যাধুনিক ব্যৱস্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে, ভাৰতে সকলো ক্ষে...

August 15, 2024 8:11 PM

ভাৰতে গেমিং ক্ষেত্ৰত দেশত নিৰ্মিত সামগ্ৰীৰে বিপ্লবৰ সূচনা কৰাৰ বাবে দেশৰ চহকী প্রাচীন ঐতিহ্য আৰু জ্ঞানৰ ব্যৱহাৰ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ বৰ্ষৰ বাজেটৰ কথাও উল্লেখ কৰি দেশৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষণৰ বাবে আৰু দেশক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ঘোষণা কৰা বিভিন্ন ঐতিহাসিক উদ্যমৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে গে...

August 15, 2024 7:10 PM

শ্ৰম মন্ত্রী সঞ্জয় কিষাণৰ তিনিচুকীয়াত নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ

তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষাণে শুভাৰম্ভ কৰে। এই অনুসৰি দুয়োখন চিকিৎসালয়ত জন্ম লাভ কৰা নৱজাতকৰ মাতৃক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তে এ...