August 21, 2024 12:11 PM
আজিৰে পৰা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ
■ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজিৰে পৰা ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ চিকিৎসা সেৱা সঞ্চালকে কালি এই কথা ঘোষণা কৰে। অহা ৫ ছেপ্তেম্বৰত মহাবিদ্যালয়সমূহত নামভৰ্তি অনুষ্ঠিত হ'ব। ইপিনে, চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে এইবাৰ ৫ শতাংশ আসন সংৰক্ষণ...