August 20, 2024 6:57 PM

লখিমপুৰত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলৰ কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ

লখিমপুৰ জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াৰ নেতৃত্বত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলে আজি জিলাখনত চলি থকা কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁলোকে আঁচনিসমূহৰ ৰূপায়ণৰ বুজ ল'বলৈ বগী নদী কৃষি চক্ৰ আৰু ছাবতি কৃষি চক্ৰৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। তেওঁলোকে সামূহিক কঠিয়াতলী আঁচনিৰ অধীনত...

August 20, 2024 6:53 PM

৩০টা জনগোষ্ঠী সংগঠনৰ সৈতে শিৱসাগৰত ডাঃ ৰণোজ পেগুৰ বৈঠক

শিৱসাগৰত এগৰাকী যুৱতীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পাছত আজি শিৱসাগৰ যুৱ দ'লত জিলাখনৰ ৩০টা জনগোষ্ঠী সংগঠনৰ সৈতে জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু এখন বৈঠকত মিলিত হয়। সদৌ টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৩০টা দল-সংগঠনৰ সৈতে হোৱা বৈঠকত মন...

August 20, 2024 6:52 PM

২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ’ডবেণ্ড সেৱাৰ গ্ৰাহক সংযুক্ত

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ'ডবেণ্ড   সেৱাৰ গ্ৰাহক সংযুক্ত হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ মতে এই সময়ছোৱাত ৮৮ কোটিৰ পৰা ৯৫ কোটিৰো অধিক গ্ৰাহকে ইণ্টাৰনেটৰ সেৱা লাভ কৰিছে। এই বিত্তীয় বৰ্ষত ভাৰতীয় টেলিকম খণ্ডতো উল্লেখযোগ্য ...

August 20, 2024 6:25 PM

দিল্লীত অমিত শ্বাহৰ সৈতে ভৱেশ কলিতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ প্ৰাৰ্থিত্বক লৈ এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে প্ৰাৰ্থী দুগৰা...

August 20, 2024 8:09 PM

ভাৰত আৰু মালয়েছিয়াৰ মাজত ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু মালয়েছিয়াই শ্ৰম আৰু কৰ্মসংস্থাপন, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধ, ডিজিটেল প্রযুক্তি, সংস্কৃতি, পৰ্যটন আৰু যুৱ তথা ক্ৰীড়া ক্ষেত্ৰৰ সহযোগিতাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে ৰাজহুৱা প্ৰশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰতো চুক্তি সম্পাদন কৰিছে। প্রধ...

August 20, 2024 5:55 PM

শ্বেইখ হাছিনাসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণত কালি বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্ৰী শ্বেইখ হাছিনা, প্রাক্তন মন্ত্রী অ’বেইদুৰ কাদে, ৰাছিদ খান মেনন আৰু হাছানুল হক ইনুসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল কৰা হৈছে। অভিযোগনামা দাখিল কৰা অন্য আগশাৰীৰ ব্যক্তিসকলৰ ভিতৰত...

August 20, 2024 5:52 PM

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

নির্বাচন আয়োগে জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত প্রথম পৰ্যায়ত অনন্তনাগ, শ্ব'পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ'দা জিলাৰ ২৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত...

August 20, 2024 8:08 PM

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে অ’ৰেঞ্জ এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ভালেমান অঞ্চল বানত বুৰ গৈছে। গুৱাহাটী মহানগৰীৰ হাতীগাঁও, ৰুক্মিনীগাঁও, পাঞ্জাবাৰী, নবীন নগৰ, অনিল নগৰ, চানমাৰি আদি অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে৷ একেদৰে যোৰাবাটত হোৱা কৃত্রিম বানৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণৰ ...

August 20, 2024 5:45 PM

গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০ টা গোচৰ ৰুজু কৰা হৈ...

August 20, 2024 5:40 PM

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰব্বীলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎ‍সালয়ত সুৰক্ষা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মন্ত্ৰালয়ে আগমন, প্রস্থান, কৰিড'ৰ আৰু স্পৰ্শকাতৰ এলেকাসহ কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত মাত্ৰাত উচ্চ ৰিজ'লিউচনৰ চি...