August 21, 2024 3:00 PM

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ কৰিছে। অৱশ্যে বাংলাদেশ এই সংস্কৰণৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব। প্রতিযোগিতাৰ খেলসমূহ অহা ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হ'ব।

August 21, 2024 2:48 PM

পাকিস্তানৰ পৰা ইৰাকৰ ধৰ্মীয় স্থানলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ২৮ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পৰা ইৰাকৰ ধৰ্মীয় স্থানলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ যোৱা নিশা ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও ২৮ গৰাকী লোকে প্ৰাণ হেৰুৱায়। ইৰাকৰ আৰবাইন উৎসৱত ভাগ ল'বৰ বাবে ৰাওনা হোৱা বাছখনত ছিয়া ধৰ্মীয় মতত বিশ্বাসী ৫১ গৰাকী যাত্ৰী আছিল। আনহাতে ছিস্তান তথা বালুছিস্তানত আজি নিচেই পুৱাতে সংঘটিত এ...

August 21, 2024 2:35 PM

ইউৰোপীয় সংঘই সন্ত্ৰাসবাদৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বৰ বাবে যুটীয়া আৰু আঞ্চলিক কাৰ্যব্যৱস্থাৰ প্ৰতি গুৰুত্ব আৰোপ

ইউৰোপীয় সংঘই সন্ত্ৰাসবাদৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ বাবে যুটীয়া আৰু আঞ্চলিক কাৰ্যব্যৱস্থাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সন্মিলনত ভাৰতত থকা ইউৰোপীয় সংঘৰ দূত হার্ভে ডেলফিনে এই সন্দৰ্ভত মত প্ৰকাশ কৰে। সন্মিলনত ভাষণ দি তেওঁ কয় যে, সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থ...

August 21, 2024 2:16 PM

পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা হৈছে। আজি সন্ধিয়া শ্রীমোদী পোলেণ্ডত উপস্থিত হ'ব। তেওঁ জামছাহেব নাৱানগৰ স্মাৰক আৰু কলহাপুৰৰ মণ্টে কেছিন যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰিব। প্রধানমন্ত্রী মোদীয়ে কৈছে যে, পোলেণ্ড হৈছে ম...

August 21, 2024 12:33 PM

শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ

■ শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত এটা বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ জিলাখনৰ বিহাৰগুৰি মিনি ষ্টেডিয়ামত চলি আছে। ২৯ আগষ্টলৈ চলিবলগীয়া এই প্রশিক্ষণ শিবিৰৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত জিলা ক্রীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াৰ লগতে কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থ...

August 21, 2024 12:31 PM

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত

● কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত হৈছে। সেই অনুসৰি যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত সদস্যৰ সংখ্যা ৭.৮৬ শতাংশ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে কৈছে যে কর্মসংস্থাপনৰ সুযোগ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত সংস্থাটোত অন্তৰ্ভুক্ত সদস্যৰ সংখ্যা বৃদ্ধি পাই...

August 21, 2024 12:27 PM

বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

■ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। কালি কাহিলিপাৰাত আৰক্ষীৰ প্রশিক্ষণ সমাপ্তিৰ কুচকাৱাজত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শ্রীসিঙে এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে, বোমা উদ...

August 21, 2024 12:23 PM

ৰাজ্য চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব

■ অসম চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব। এই প্ৰচেষ্টাৰ অধীনত ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ বিত্তীয় সাহায্যৰ বাবে লোৱা ঋণৰ ওপৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য আগবঢ়াব। অসমৰ স্থায়ী বাসিন্দা ছাত্র-ছাত্রীয়েহে এই সুবিধা লাভ কৰিব পাৰিব । আঁচনিখনৰ অধী...

August 21, 2024 12:20 PM

দেশৰ কেইবাটাও স্থানত অহা ২৫ তাৰিখ পর্যন্ত অ’ৰেঞ্জ এলার্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা ২৫ তাৰিখ পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজ...

August 21, 2024 12:15 PM

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ

■ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে কালি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । বিশ্বিবিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে কালি তেওঁক আনুষ্ঠানিকভাৱে বিদায় জনায়। তেওঁ ২০১৯ চনৰ পৰা উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল। ড০ সন্দিকৈৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে নাকৰ এ প্লাছ গ্...