August 21, 2024 8:42 PM
শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজন হ্রাস কৰিবলৈ ডিব্ৰুগড়ৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা
ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত থকা বোজা লাঘৱ কৰিবলৈ ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্রাথমিক শিক্ষা বিষয়াই জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এখন জাননীৰ জৰিয়তে প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজন হ্রাস কৰিবলৈ নিৰ্দেশ দিছে।...