August 22, 2024 5:40 PM

১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাত ৰোনাক দহিয়াৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতৰ ৰোনাক দহিয়াই জর্ডানত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাৰ ১১০ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। গুৰুত্বপূৰ্ণ পদক মেচখনত ডাহিয়াই তুৰ্কীৰ মল্লযুঁজাৰ ইমৰুল্লাহ কাপকানক ৬-১ ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে ভাৰতে পুৰুষৰ গ্ৰীক-ৰোমান শাখাৰ চেম্পিয়নশ্বিপত দুটা ব্ৰঞ্জৰ পদক লাভ ক...

August 22, 2024 7:18 PM

ৰাষ্ট্ৰপতি ভৱনত আজি ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰসমূহ প্ৰদান

ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদান কৰে। অসমৰ দুগৰাকী বিজ্ঞানী ডº পূৰৱী শ‍ইকীয়া আৰু ডº বাপ্পি পলে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ গ্ৰহণ কৰে। ইপিনে, ৰাষ্ট্ৰপতিয়ে প্ৰফেছৰ গোবিন্দাজন পদ্মনাভনক ২০২৪ বৰ্ষৰ বিজ্ঞান ৰত্...

August 22, 2024 12:05 PM

পোলেণ্ডৰ ৱাৰশ্ব’ত প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতিনিধি পৰ্যায়ৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ত দেশখনৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। আলোচনাকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলোৱাৰ লগতে ভালেমান বিষয় লৈ মতবিনিময় কৰাৰ সম্ভাৱনা আছে। দুয়ো পক্ষৰ মাজৰ এই বৈঠকে অন্য বিকল্প অন্বেষণৰ...

August 22, 2024 12:04 PM

দেশত কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব

সমগ্ৰ দেশত কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব। যোৱা বছৰ এই দিনটোতে চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম নামৰ লেণ্ডাৰ যানখনে চন্দ্ৰপৃষ্ঠত নিৰাপদে অৱতৰণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ’বলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰিব। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হ...

August 22, 2024 12:03 PM

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেণৰ নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা চম্পাই চোৰেণে কালি দলৰ ভিতৰচ'ৰাত উত্তেজনা বৃদ্ধিৰ মাজতে নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে। শ্ৰীচোৰেণে কয় যে কৰ্মীসকলৰ সৈতে আলোচনাৰ পাছত নতুন দলটোৰ নাম ঘোষণা কৰা হ'ব। নিজৰ গৃহ সমষ্টি চৰাইকেলা-খাৰছাৱানত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ নতুন...

August 22, 2024 12:02 PM

ভাৰতীয় অৰ্থনীতিৰ উত্তৰণত হস্তশিল্প খণ্ডৰ গুৰুত্বপূর্ণ ভূমিকা আছেঃ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে ভাৰতীয় অৰ্থনীতিৰ উত্তৰণত হস্তশিল্প খণ্ডৰ গুৰুত্বপূর্ণ ভূমিকা আছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ২৪ সংখ্যক হস্তশিল্প ৰপ্তানি বঁটা প্রদান অনুষ্ঠানত ভাষণ দি তেওঁ সম্প্রতি হস্তশিল্প খণ্ডৰ বিকাশৰ হাৰ প্ৰায় ৯ৰ পৰা দহ শতাংশ বুলি জানিবলৈ দিয়ে। অনুষ্ঠা...

August 22, 2024 12:00 PM

জাপান অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ

ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ য়োকোহামাত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। প্ৰথম ৰাউণ্ডত কালি ডেনমাৰ্কৰ প্ৰতিদ্বন্দ্বী এণ্ডাৰ্ছ এণ্টনছেনে আঘাতৰ বাবে নাম প্রত্যাহাৰ কৰাত সতীশ কুমাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । কৰুণাকৰণ আজি প্রি-কোৱাৰ্টা...

August 22, 2024 11:58 AM

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী ভাৰতীয় পুৰুষ হকী দলটোক ভুবনেশ্বৰ বিমানবন্দৰত আদৰণি

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক কালি ভুবনেশ্বৰ বিমানবন্দৰত অনুৰাগী আৰু ওড়িশা চৰকাৰে বিশেষভাৱে আদৰণি জনায়। ওড়িশাৰ ক্রীড়া মন্ত্ৰী সূৰ্যবংশী সুৰজ, মুখ্য সচিব ভাস্কৰ জ্যোতি শৰ্মাকে ধৰি আন চৰকাৰী বিষয়াসকলে হকী ইণ্ডিয়াৰ অধ্যক্ষ ড০ দিলীপ কুমাৰ তিৰ্কী আৰু কোষাধ্যক্ষ ছেকৰ জে...

August 22, 2024 11:56 AM

বিহাৰৰ পাটলীপুত্ৰৰ ক্ৰীড়া পৰিসৰত খেলো ইণ্ডিয়াৰ পূব মণ্ডলৰ অস্মিতা যোগাসন প্রতিযোগিতা

বিহাৰৰ পাটনাৰ পাটলীপুত্ৰৰ ক্ৰীড়া পৰিসৰত আজি খেলো ইণ্ডিয়াৰ পূব মণ্ডলৰ অস্মিতা যোগাসন প্রতিযোগিতা আৰম্ভ হ'ব। বিহাৰ যোগাসন ক্রীড়া সন্থাই প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতাৰ আয়োজন কৰিছে। অসম, বিহাৰ, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, পশ্চিম বংগ আৰু ওড়িশাকে ধৰি...

August 22, 2024 11:55 AM

পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক জয়ী ভাৰতীয় হকী দলৰ প্ৰাক্তন গ’লৰক্ষক পি আৰ শ্ৰীজেশলৈ ২ কোটি টকাৰ পুৰস্কাৰ কেৰালা চৰকাৰৰ

কেৰালা চৰকাৰে ভাৰতীয় হকী দলৰ প্ৰাক্তন গ'লৰক্ষক তথা পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী পি আৰ শ্ৰীজেশলৈ ২ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সভাপতিত্বত কালি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেৰালা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে সামাজ...