August 22, 2024 6:31 PM
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগ আৰু পি আই বিৰ সহযোগত আয়োজন কৰা অলিম্পিক কুইজৰ বিজয়ীসকলক পুৰস্কৃত
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আয়োজন কৰা অলিম্পিক কুইজৰ বিজয়ীসকলক আজি পুৰস্কৃত কৰা হয়। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত পি আই বিৰ উত্তৰ- পূৰ্বাঞ্চলৰ সঞ্চালক প্রধান কে সতীশ নম্বুদিৰীপদ, অতিৰিক্ত সঞ্চালক প্রধান জেন নেমচু, আকাশবাণী গুৱাহাটীৰ অভিযান্ত্রিক শাখাৰ উপ-সঞ্চ...