August 23, 2024 1:06 PM
প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ-প্ৰচাৰৰ উদ্দেশ্যে যোৰহাটত সজাগতা সভা
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, যোৰহাটৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহৰ সভাকক্ষত প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে ৰুফটপ সৌৰ শক্তি স্থাপনৰ সৰহভাগ...