August 24, 2024 8:53 PM

যোৰহাটত পথ নিৰাপত্তা সম্পৰ্কীয় বিশেষ জনসজাগতা অনুষ্ঠান

যোৰহাট জিলাৰ পথ নিৰাপত্তা সম্পৰ্কীয় এক বিশেষ জনসজাগতা অনুষ্ঠান আজি সম্পন্ন হয়। গৌৰীকিৰণ ফাউণ্ডেচনৰ উদ্যোগত, যোৰহাট জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত সভাখনৰ বন্তি প্ৰজ্বলনৰ পাছতে জি কে ফাউণ্ডেশ্যনৰ হৈ জয়ন্ত কুমাৰ বৰঠাকুৰে আদৰণি ভাষণ আগবঢ়ায়। পাৰ্থিৱজ্যোতি শ‍ইকীয়াই মূল ভাষণ আগব...

August 24, 2024 6:54 PM

আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা বেটছমেন শিখৰ ধাৱানৰ অৱসৰ ঘোষণা

ভাৰতীয় ক্রিকেট দলৰ বেটছমেন শিখৰ ধাৱানে সকলো ধৰণৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমত নিজৰ অৱসৰৰ এটা আৱেগিক ভিডিঅ' প্ৰকাশ কৰি ৩৮ বছৰীয়া শ্ৰী ধাৱানে খেলুৱৈ জীৱনত তেওঁক বিভিন্ন প্ৰকাৰে সহায় কৰা পৰিয়ালৰ লোকসকলৰ লগতে প্ৰশিক্ষক আৰু দলৰ সদস্যসকলক ধন্যবাদ জনায়। বাঁওহতীয...

August 24, 2024 6:52 PM

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ’ব পাৰেঃ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে, ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো ইউক্রেইন ভ্ৰমণৰ সময়ছোৱাত কালি কিভত হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত শ্রীমোদীয়ে ৰাষ্...

August 24, 2024 6:51 PM

চৰকাৰে ভাৰতক শীৰ্ষ ১০খন সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত স্থান দিবলৈ চেষ্টা কৰি আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে তেওঁৰ মন্ত্ৰ্যালয়ৰ কৰ্মচাৰীসকলৰ নিৰাপত্তা, সুৰক্ষা, কল্যাণ আৰু উন্নয়ন শক্তিশাৰী কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । কালি এম টি আইত জ্যেষ্ঠ বিষয়া আৰু যুৱ কেডেটসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই দিশত চৰকাৰে লোৱা ব্যৱস্থাত আলোকপাত কৰে...

August 24, 2024 12:22 PM

শোণিতপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ পৰিবহণ সমিতিৰ বৈঠক

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ অধ্যক্ষতাত জিলা পথ পৰিবহণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই পূৰ্বৰ ডি.আৰ.এছ.চি বৈঠকত লোৱা সিদ্ধান্তসমূহৰ প্ৰতিবেদন দিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে দ'লাবাৰী পইণ্ট এলেকাত ট্রাকৱে', বাছ আস্থানসমূহৰ উন্ন...

August 24, 2024 12:17 PM

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাৰ দৰং জিলা ভ্ৰমণ

প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু প্ৰতি ৩ মাহৰ মূৰে মূৰে তেওঁৰ মন্ত্ৰীসভাৰ একোজন মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলৰ জিলা বিশেষকৈ পিছপৰা জিলাসমূহ ভ্ৰমণ কৰি উন্নয়নমূল কাম-কাজৰ অগ্ৰগতিৰ বুজি ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰ...

August 24, 2024 12:13 PM

ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

অহা ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কৰিমগঞ্জৰ জিলা পুথিভবালত অনুষ্ঠিত হোৱা দলীয় কাৰ্যনিৰ্বাহক সন্মিলনত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাৰ লগতে বিষয়ববীয়াসকলক...

August 24, 2024 12:04 PM

ধিঙত ছাত্রীক ধৰ্ষণৰ ঘটনাৰে জড়িত এজন অভিযুক্তৰ মৃত্যু

নগাঁও জিলাৰ ধিঙৰ এগৰাকী ছাত্রীক ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন অভিযুক্তৰ আজি পুৱতি নিশা মৃত্যু ঘটিছে। ছাত্ৰীগৰাকীৰ নিৰ্যাতন হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তজনক নিয়া অৱস্থাত পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দিয়াত তফজ্জুল ইছলাম নামৰ অভিযুক্তজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, নগা...

August 24, 2024 11:55 AM

২০ বছৰৰ অনুৰ্ধৰ ছাফ ফুটবল প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে ২০ বছৰৰ অনুৰ্ধৰ ছাফ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ এখন খেলত মালদ্বীপক ১-০ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ মাংগলেনথাং কিপগেনে খেলৰ ৯৫ মিনিটত বিজয় সূচক গলটো দিয়ে। ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ গ্রুপ-বিৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থান ...

August 24, 2024 11:52 AM

বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলৰ আধিপত্য অক্ষুন্ন

ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে জর্দানৰ আম্মানত অনুষ্ঠিত ১৭ বছৰৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত নিজৰ আধিপত্য অক্ষুন্ন ৰাখি ১৮৫ পইণ্টেৰে দলীয় শিতানত প্ৰথমটো খিতাপ দখল কৰিছে। এই শিতানত জাপানে ১৪৬ পইণ্টেৰে দ্বিতীয় আৰু কাজাখস্তানে ৭৯ পইণ্টেৰে তৃতীয় স্থান লাভ কৰিছে। কাজল প্রতিযোগিতাত দেশৰ হকে স্বর্ণ পদক অ...