August 24, 2024 9:10 PM
নেপালত বাছ দুৰ্ঘটনাত নিহত ভাৰতীয় লোকসকলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, এককালীন সাহায্য ঘোষণা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালত সংঘটিত বাছ দুৰ্ঘটনাত নিহত ভাৰতীয় লোকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। নেপালত থকা ভাৰতীয় দূতাৱাসে দুৰ্ঘটনাত আক্রান্ত লোকসকলক সকলো...