August 25, 2024 11:00 AM

ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এক নিদর্শন স্থাপন কৰাতো এক অনন্য কৃতিত্বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি কাছাৰ জিলা বাৰ এছ'চিয়েচনৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলা বাৰ এছ'চিয়েচনৰ ডেৰশ বছৰ এক দীঘলীয়া পৰিক্ৰমা বুলি মন্তব্য কৰি কয় যে, ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কা...

August 25, 2024 10:56 AM

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত চৰকাৰৰ মনোনিবেশ

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত মনোনিবেশ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয়ৰে অর্ধপৰিবাহী প্ৰকল্পৰ নিৰ্মাণৰ কাম অব্যাহত আছে। ইয়াৰ ফলত ১৮ হাজাৰৰো অধিক লোকৰ কৰ্মসংস্থাপন হোৱাৰ সম্ভাৱনা আছে। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহ...

August 24, 2024 9:20 PM

ছত্তীশগড়ৰ ৰায়পুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বাঁওপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহৰ আন্তঃৰাজ্যিক সমন্বয় সমিতিৰ বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত দেশৰ বাঁওপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহত আন্তঃৰাজ্যিক সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে বাঁওপন্থী উগ্রবাদ প্রভাৱিত এলেকাসমূহৰ সুৰক্ষা তথা উন্নয়ন সম্পৰ্কীয় বিষয়ৰ পৰ্যালোচনা চলায়...

August 24, 2024 9:19 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব। শ্রী মোদীয়ে লাখপতি দিদি সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে জলগাঁৱলৈ যাব। এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত অলপতে লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক তেওঁ সন্মান জনোৱাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰিব ৷ প্রধানমন্ত্...

August 24, 2024 9:18 PM

ছিংগাপুৰত সোমবাৰে ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি ঘূৰণীয়া মেজমেল

ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি ঘূৰণীয়া মেজমেল ছিংগাপুৰত সোমবাৰে অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল আৰু ৰে'ল, তথ্য প্ৰযুক্তি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। ...

August 24, 2024 9:17 PM

পোলেণ্ড-ইউক্রেইনৰ ভ্ৰমণ সামৰি স্বদেশলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ সফল ভ্ৰমণ সামৰি আজি দুপৰীয়া স্বদেশলৈ উভতি আহে। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে ৱাৰশ্ব’ত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে লগতে...

August 24, 2024 9:15 PM

লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে কর্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াই আহিছেঃ পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে কোটি কোটি লোকক কর্মসংস্থাপন সুযোগ আৰু বৃহৎ উদ্যোগসমূহক গুৰুত্বপূৰ্ণ যোগান শৃংখলা প্ৰদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ষ্টার্টআপ ...

August 24, 2024 9:14 PM

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি ৭জন লোকৰ পলিগ্রাফ টেষ্ট

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি সাতজন লোকৰ পলিগ্রাফ টেষ্ট সম্পন্ন কৰিছে। এই ঘটনাৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা একমাত্র ব্যক্তি সঞ্জয় ৰায়, ঘটনাৰ পূৰ্বে ভুক্তভোগী আৱাসীক চিকিৎসক গৰাকীৰ সৈতে থকা চাৰিগৰাকী চিকিৎসক আৰু...

August 24, 2024 9:13 PM

ছত্তীশগড়, ওড়িশা, পশ্চিম ৰাজস্থান, পূব মধ্য প্ৰদেশ আৰু পশ্চিমবংগত কাইলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চট্টিশগড়, ওড়িশা, পশ্চিম ৰাজস্থান, পূব মধ্য প্ৰদেশ আৰু পশ্চিমবংগৰ কিছু অঞ্চলত কাইলৈ ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। তদুপৰি মিজোৰাম, ত্ৰিপুৰা, গুজৰাট, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰটো অহা দুদিনত ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে এই সপ্তাহত হিমাচল প্রদেশ, উত্তৰাখণ্ড, প...

August 24, 2024 9:11 PM

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় পেৰা শ্বুটিং দল ৰাওনা

ভাৰতীয় পেৰা শ্বুটিং দলটো পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ইতিমধ্যে স্বদেশৰ পৰা ৰাওনা হৈছে। মনীষ নাৰ'ৱাল, আমিৰ আহমেদ ভট্, ৰুদ্ৰাংশ খাণ্ডেলৱাল, অৱনী লেখৰা, মোনা আগৰৱাল, ৰুবিনা ফ্ৰান্সিছ, স্বৰূপ মহাবীৰ, সিদ্ধাৰ্থ বাবু, শ্ৰীহৰ্ষ দেৱ ৰড্ডী আৰু নিহাল সিঙক লৈ গঠিত দলটোৱে পেৰিছ পেৰালিম্পিকত অধিক উন্নত প্ৰ...