August 25, 2024 7:50 PM

কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে। ইয়াৰ সৈতে সংগতি ৰাখি ছত্তিশগড়ৰ মাদকদ্ৰব্যৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকতো কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। ছত্তিশগড...

August 25, 2024 7:09 PM

দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হব ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস

অসমৰ প্ৰথম অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচিৰ তৰফৰ পৰা ৩ ছেপ্তেম্বৰত প্রতিবছৰে অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰি আহিছে। ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। অহা ৩ আৰু ৪ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই দিৱসৰ দুদিনীয়া কাৰ্যসূচীত অসম গৌৰৱ লাভ...

August 25, 2024 7:04 PM

গুৱাহাটীৰ ফাঁচীবজাৰৰ নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল গুৱাহাটীৰ ফাঁচীবজাৰ অঞ্চলত ভগৱান মহাবীৰ ধৰ্মস্থলত নাৰায়ণ সেৱা সংস্থাই আয়োজন কৰা নাৰায়ণ কৃত্রিম অঙ্গ সংস্থাপন শিবিৰত উপস্থিত থাকে। এই শিবিৰত ৰাজ্যৰ ২৬৫ গৰাকী দিব্যাংগ লোকে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে সংস্থাটোৱে প্ৰদৰ্শন কৰা সামাজিক দায়বদ্ধত...

August 25, 2024 8:54 PM

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাৰ জাগীৰোডত নির্মীয়মান মিনি ষ্টেডিয়াম পৰিদৰ্শন

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই জাগীৰোডত নির্মীয়মান অৱস্থাত থকা মিনি ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহ তথা জাগীৰোড শাখা সাহিত্য সভাৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে।

August 25, 2024 6:58 PM

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ৭ দিনীয়া বুথ সন্মিলনৰ আয়োজন

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আজিৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে বুথ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত দলটোৰ সভাপতি অতুল বৰা প্ৰমুখ্যে সাংসদ, বিধায়ক, কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া তথা জিলা বিধানসভা আৰু আঞ্চলিক সমিতিৰো সদস্যসকলে অংশগ্ৰহণ কৰিব। পৰিবহন মন্ত্ৰী কেশ...

August 25, 2024 6:55 PM

হোজাইত খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে  মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ  পর্যালোচনা বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি হোজাইৰ আৱৰ্ত ভৱনত খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীন আৰু পঞ্চদশ বিত্তীয় আয়োগৰ মুখ্য দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব, হোজাইৰ আয়ুক্ত...

August 25, 2024 8:52 PM

প্ৰতিটো ধৰ্ষণৰ ঘটনাক নিন্দা কৰাৰ লগতে সমাজৰ পৰা এনে জঘন্য অপৰাধ নির্মূল কৰাটো সামূহিক দায়িত্ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্ৰতিটো ধৰ্ষণৰ ঘটনাক নিন্দা কৰাৰ লগতে সমাজৰ পৰা এনে জঘন্য অপৰাধ নির্মূল কৰাটো সামূহিক দায়িত্ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সত আজি এটি পোষ্টযোগে এই কথা প্ৰকাশ কৰি তেওঁ যোৱা ২৪টা বছৰত ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণৰ তথ্য দাঙি ধৰে। প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষৰ জুল...

August 25, 2024 6:45 PM

মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছে। আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া অনুষ্ঠান মন কী বাতত আজি প্রধানমন্ত্রীয়ে কয় যে, দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম-কাজ হৈছে আৰু এইসমূহ কাম-কাজে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰিব। তেওঁ কয় যে...

August 25, 2024 6:40 PM

অসমৰ তিনিচুকীয়াৰ বাৰেকুৰিৰ গাঁৱৰ মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগ মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাওঁ বাৰেকুৰিৰ বিষয়ে  মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে, এই গাওঁখনত বাসিন্দাসকলে মৰাণ জনগোষ্ঠীয় লোক আৰু তেওঁলোক হলৌ বান্দৰৰ সৈতে মৰমৰ বান্ধোনেৰে সংপৃক্ত হৈ আছে। তেওঁ কয় যে, গাওঁবাসীয়ে যেতিয়া হলৌ বা...

August 25, 2024 11:37 AM

দেশৰ সকলো ক্রীড়া প্রেমীক ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ  কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই দেশৰ সকলো ক্রীড়া প্রেমীক ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অহা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হ'ব। ক্রীড়া মন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী মোদীৰ ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়। ত...