August 25, 2024 8:41 PM

স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

হৰ ঘৰ তিৰংগা অভিযানৰ কথা মন কী বাতত উল্লেখ কৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কয় যে, জম্মু কাশ্মীৰৰ ৰিয়েছিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেঁতু চেনাব ৰেলৱে সেঁতুত ৭৫০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে, এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছ...

August 25, 2024 8:37 PM

ভাৰতীয় চার্ফিং দলৰ  প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ লৈ যোগ্যতা অৰ্জন

ভাৰতীয় চার্ফিং দলে ইতিহাসৰ প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ ২০২৬ লৈ যোগ্যতা অৰ্জন কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতীয় চার্ফাৰসকলে এছিয়াদলৈ যোগ্যতা অৰ্জন কৰিছে। ২০২৪ চনৰ এছিয়ান চার্ফিং চেম্পিয়নশ্বিপত ভাৰতীয় চার্ফাৰসকলে সংগ্ৰহ কৰা ৰেংকিং পইণ্টৰ ভিত্তিত এই যোগ্যতা লাভ কৰিছে। ভাৰতীয় চার্ফিং ফেডা...

August 25, 2024 8:33 PM

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত চিবিআইৰ ১৫ টা স্থান পৰিদৰ্শন

আজি পুৱা চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰত সংঘটিত আর্থিক অনিয়মৰ সন্দৰ্ভত ১৫ টা স্থান পৰিদৰ্শন কৰে। চিবিআইৰ আন এটা দলে প্রাক্তন অধ্যক্ষ ডাঃ সন্দিপ ঘোষক তেওঁৰ বাসগৃহত জেৰা কৰিছে। শেহতীয়া বাতৰি অনুসৰি তদন্তকাৰী সংস্থাটোৰ আন এটা দলে চিকিৎসা মহাবিদ্যালয়খনৰ প্রাক্তন অধীক্ষক ডাঃ দেৱ...

August 25, 2024 8:15 PM

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত বিশেষ সভা

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি বিশেষ সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শ‍ইকীয়াই সভাত অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ সচেতনতা বৃদ্ধিৰ জৰিয়তে সুৰক্ষিত পৰ...

August 25, 2024 8:11 PM

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সমৰ্থন আগবঢ়াবলৈ দেশবাসীলৈ ক্রীড়া মন্ত্ৰীৰ আহ্বান

ক্রীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই অহা ২৮ আগষ্টত আৰম্ভ হ'বলগীয়া পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সমৰ্থন আগবঢ়াবলৈ দেশবাসীলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ মান্দাভিয়াই কয় যে, ৮৪ গৰাকী খেলুৱৈৰে সমৃদ্ধ দেশৰ এতিয়ালৈ আটাইতকৈ বৃহৎ দলটোৱে সমাগত পেৰাল...

August 25, 2024 8:08 PM

পাকিস্তানত সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ৩৭ গৰাকী লোক নিহত

পাকিস্তানত আজি সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ১১ গৰাকী তীর্থ যাত্ৰীকে ধৰি ৩৭ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। বেলুচিস্তানৰ মাক্রন উপকূলীয় ঘাইপথত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৩৫ গৰাকী লোক আহত হয়। বাছখনত ইৰানৰ পৰা পাঞ্জাব প্ৰদেশলৈ ছিয়া তীর্থযাত্ৰীসকল উভতি ...

August 25, 2024 8:06 PM

ৰাছিয়াৰ বেলগ’ৰ’ড অবলাষ্ট অঞ্চলত ইউক্রেইনৰ সশস্ত্র বাহিনীৰ আক্ৰমণ

ৰাছিয়াৰ বেলগ'ৰ'ড অবলাষ্ট অঞ্চলৰ ৰাকিটনৈয়ে গাঁৱত আজি ইউক্রেইনৰ সশস্ত্র বাহিনীয়ে চলোৱা এটা আক্ৰমণত পাঁচ গৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকী লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ঘটনাত স্থানীয় আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ১০ টা বাসগৃহ, দুটা বাণিজ্যিক ভৱন আৰু চাৰিখন যাত্রীবাহী বাহন ...

August 25, 2024 8:01 PM

মহাৰাষ্ট্ৰৰ জলগাঁৱত ১১ লাখ নতুন লাখপতি বাইদেউক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰমাণপত্ৰ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁৱত আয়োজিত এটা অনুষ্ঠানত ১১ লাখ নতুন লাখপতি বাইদেউক প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে লাখপতি বাইদেউসকলক সম্বৰ্ধনা জনোৱাৰ লগতে ব্যৱসায় সন্দৰ্ভত তেওঁলোকৰ সৈতে মত বিনিময়ো কৰে। অনুষ্ঠানত সমৱেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতৰ ...

August 25, 2024 7:57 PM

বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। লগতে মাতৃৰ নামত এটা গছপুলি ৰোৱা অভিযানতো অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। প্রধানমন্ত্ৰীয়ে জনসাধাৰণক সৱল সুঠাম হৈ থকাত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত পুষ্টিকৰ আহাৰ আৰু জীৱনশৈল...

August 25, 2024 7:54 PM

জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ সকলো নাগৰিক তথা প্রবাসী ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জন্মাষ্টমীৰ প্ৰাকক্ষণত সকলো নাগৰিক তথা প্রবাসী ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই উৎসৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীমতী মুৰ্মুৱে শ্ৰীমদভাগৱৎ গীতাত থকা শ্ৰীকৃষ্ণ...