August 26, 2024 11:29 AM

জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

কেন্দ্ৰীয় চৰকাৰে জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনা ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। জ্বৰ, চৰ্দি-কাহ, বিষ, এলার্জি আদিত বহুল ভাবে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৬ চনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰাম...

August 26, 2024 11:27 AM

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে এই পদত বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ মিছন ৰঞ্জন দাসক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত তেওঁৰ স্থানত পল্লৱলোচন দাসক নিযুক্তি দিয়া হয় ।

August 26, 2024 11:23 AM

কাৰ্বি আংলঙৰ জিলাৰ উমৰ্টেলীত দুই কোটি টকা ব্যয় সাপেক্ষ এটি সমল কেন্দ্ৰৰ  আধাৰশিলা স্থাপন

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেঙৰ উমৰ্টেলী ৰাজহ গাঁৱত মন্ত্ৰী ৰণজিত কুমাৰ দাসে নতুনকৈ নিৰ্মাণ হ'বলগীয়া জিলা সমল কেন্দ্ৰৰ কালি আধাৰশিলা স্থাপন কৰে। দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সমল কেন্দ্ৰটোৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ আত্মসহায়ক গোটৰ লগতে অন্যান্য স্বনিৰ্ভৰশীল ...

August 26, 2024 11:18 AM

নগাঁৱত পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন

ৰাজ্যৰ নগৰাঞ্চলত থকা নলা-নৰ্দমাৰে বৈ যোৱা দুষিত পানী পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নগাঁৱত কালি পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন কৰা হয়। ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জনসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে নগাঁৱৰ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত ৰাজহুৱা...

August 26, 2024 11:15 AM

ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠক সম্পন্ন

ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষা নন্দিতা গাৰ্লোচা আৰু দক্ষতা, নিয়োগ, উদ্যমিতা বিভাগৰ মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কালি ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসমৰ এখন বৈঠক অনু...

August 26, 2024 11:11 AM

জম্মু-কাশ্মীৰৰ আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠক

জম্মু-কাশ্মীৰত হ'বলগীয়া আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ স্থানীয় নেতাসকলে কেন্দ্রীয়শাসিত অঞ্চলটোত ৮খন জনসমাৱেশত অংশগ্ৰহণ কৰিব। জন্ম-কাশ্মীৰৰ নিৰ্বাচনৰ দায়িত্বত থকা দলটোৰ নেতা ৰাম মাধৱ আৰু জি কিষাণ ৰেড্ডী আজি অঞ্চলটোত উপস্থিত হ'ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত অহা ১৮, ...

August 26, 2024 11:08 AM

২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব নতুন পেঞ্চন আঁচনি

কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ ইউ পি এছত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই...

August 26, 2024 11:04 AM

বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া জনসাধাৰণে নিৰ্ধাৰণ কৰিবঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰববী প্ৰফেচাৰ মহম্মদ ইউনুছে কৈছে যে, সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু এই অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া বাংলাদেশৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। বাংলাদেশ টেলিভিছনৰ জৰিয়তে দেশক সম্বোধন কৰি মহম্মদ ইউনুছে এইদৰে কয়।...

August 26, 2024 11:02 AM

সমগ্র দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

সমগ্র দেশতে আজি প্রভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে মন্দিৰত গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জনমভূ...

August 25, 2024 8:46 PM

বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ যুৱ সমাজক আহ্বান

প্রধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি কয় যে, এইবছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা এক লাখ যুৱক যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হবলৈ আহ্বান জনাইছিল। তেওঁ কয় যে তেওঁৰ এই আহ্বানে ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্...