September 6, 2024 1:33 PM

ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰিছে। প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ দেশজুৰি এই পষেক পালন কৰা হয়। এই উপলক্ষে নেত্ৰদানৰ দৰে মহান কৰ্মত অংশীদাৰ হ'বলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে আগ্ৰহীসকলক নেত্র দানৰ বাবে গুৱাহাটী ...

September 6, 2024 1:31 PM

অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তৃণমূল পৰ্যায়ত জনসাধাৰণ কেন্দ্ৰিক ফলপ্রসু প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই উদ্দেশ্যে ৰাজ্যিক কেবিনেটে অহা ২ ...

September 6, 2024 1:29 PM

এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

ৰাজ্য চৰকাৰে এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোম্পানীটোৰ অধীনস্থ টিংখাং আৰু ৰাজগড় চাহ বাগিচাকে ধৰি ৰ...

September 6, 2024 1:27 PM

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে’ৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে'ৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি...

September 6, 2024 1:25 PM

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষদৰ মূল্যায়নত কটন বিশ্ববিদ্যালয়ৰ এ গ্রেড লাভ

ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষদৰ মূল্যায়নত এ গ্রেড লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয় হিচাপে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষৰ দ্বাৰা প্ৰথম চক্ৰৰ মূল্যায়নতে এ গ্রেড পোৱা কটন বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষান...

September 6, 2024 1:22 PM

অহা পহিলা অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

পৰ্যটকৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক তথা মুখ্য বন সংৰক্ষণক ড° চি ৰমেশে এই কথা প্রকাশ কৰিছে। উল্লেখযোগ্য যে বাৰিষাৰ বাবে চলিত বৰ্ষৰ যোৱা ৫ জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি ৰখা হৈছি...

September 6, 2024 1:21 PM

অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদৰ বাবে মনোনয়ন পত্র দাখিল সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। সম্প্ৰতি সংস্থাটোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সোণোৱালে কালি গুৱাহাটীৰ আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পত থকা অসম অলিম্পিক সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ত এই পদৰ একমাত্র প...

September 6, 2024 1:14 PM

ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন কৰে। ৫৫ কোটি ৮৪ লাখ টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সৌৰশক্তি উৎপাদনৰ বাবে উৎপাদন কেন্দ্ৰত এহেজাৰতকৈও অধিক সৌৰ শক্তি পেনেল ...

September 6, 2024 1:13 PM

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫ হাজাৰ ৫৫০টা শিক্ষক পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি আৰম্ভ কৰিব। সেই অনুসৰি পদসমূহৰ বিপৰীতে সাংস্কৃতিক, ক্রীড়া, এন চি চিৰ দৰে পাঠ্যক্ৰম বহিৰ্ভূত কার্যকলাপৰে জড়িত থকাৰ প্ৰমাণ-পত্ৰৰে শিক্ষক পদৰ বাবে আবেদন কৰ...

September 6, 2024 1:11 PM

জম্মু কাশ্মীৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৪০গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

ভাৰতীয় জনতা পাৰ্টীৰ জম্মু কাশ্মীৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৪০গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিছে। এইসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অন্যতম। কেন...