May 12, 2024 12:21 PM
আই পি এল ক্রিকেটঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৮ ৰানত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ
কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ১৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভেংকটেছ আয়াৰৰ ২১টা বলত কৰা ৪২ ৰানৰ সহায়ত ১৬ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৭ ৰান কৰে। মুম্বাইৰ হৈ যশপ...