May 24, 2024 11:32 AM

মুনীন বৰকটকী সাহিত্য বঁটাৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ-পাণ্ডুলিপি আহ্বান

মুনীন বৰকটকী সাহিত্য বঁটাৰ ২০২৪ বৰ্ষৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ আৰু পাণ্ডুলিপি আহ্বান কৰা হৈছে। ৪০ বছৰৰ অনূৰ্ধ্বৰ লেখক-লেখিকাসকলে এই বঁটাৰ বাবে অহা ৩১ জুলাইৰ ভিতৰত গ্ৰন্থ আৰু পাণ্ডুলিপি প্ৰেৰণ কৰিব পাৰিব। উল্লেখযোগ্য যে সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনী...

May 24, 2024 11:30 AM

আকাশবাণী গুৱাহাটীত অহা ৪ জুনত আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈ...

May 23, 2024 8:54 PM

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি, হাৰিয়ানাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত অহা ২৫ মে'ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪...

May 23, 2024 8:50 PM

দেশত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬২.২০ শতাংশ ভোটদান

২০ মে’ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬২ দশমিক ২-০ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত ৬১ দশমিক ৪-৮ শতাংশ পুৰুষ, ৬৩ শতাংশ মহিলা আৰু ২১ দশমিক ৯-৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতা আছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই পৰ্যায়ত পশ্চিমবংগত সর্বাধিক ৭৮ দশমিক ৪-৩ শতাংশ মহ...

May 23, 2024 8:48 PM

আজি বুদ্ধ পূর্ণিমা, দেশবাসীক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ওলগ

দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বুদ্ধ পূর্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধই মানৱ জাতি আৰু সকলো জীৱৰ প্ৰতি সত্য, ...

May 23, 2024 8:45 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্রীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ক্রীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে। এই নিযুক্তি লেবেল একৰ পৰা পঞ্চমলৈকে বিভিন্ন পদৰ বাবে হ'ব। পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন ৯ জুন ধাৰ্য কৰা হৈছে। আগ্রহী প্রার্থীয়ে www.nfr.indianrailwasy.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। ...

May 23, 2024 8:42 PM

আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছ কাইলৈ চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয...

May 23, 2024 8:40 PM

আকাশবাণী গুৱাহাটীত ৪ জুনত আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈ...

May 23, 2024 8:39 PM

লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত অভিযুক্তৰ মৃত্যু; আৰক্ষী সঞ্চালকপ্রধানৰ তদন্ত ঘোষণা

লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত এজন অভিযুক্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্রধানে তদন্ত ঘোষণা কৰিছে। ঘটনা অনুসৰি মোবাইল চুৰিৰ অভিযোগত এজন লোকক আটক কৰা হৈছিল যদিও আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে লোকজন অসুস্থ হৈ পৰে। সংশ্লিষ্ট আৰক্ষী চকীখনৰ আৰক্ষীয়ে ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ লৈ যা...

May 23, 2024 8:37 PM

তিনিচুকীয়াত কলেৰাত ১১জন লোকৰ মৃত্যুৰ বাতৰিৰ সত্যতা খণ্ডন জিলা প্ৰশাসনৰ

তিনিচুকীয়া জিলাত কলেৰাত আক্ৰান্ত হৈ ১১জন লোকৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ সত্যতা জিলা প্ৰশাসনে খণ্ডন কৰিছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত আয়ুক্ত স্বপ্নীল পালে এই বিষয়টোৰ সন্দৰ্ভত স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, আই চি এম আৰৰ প্ৰতিবেদন মতে কোনো লোকৰ কলেৰা ৰো...