June 7, 2024 6:19 PM

অহা ৪ দিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে। আইএমডিয়ে কয় যে, দক্ষিণ-পশ্চিম মৌচুমী বতাহ মধ্য আৰৱ সাগৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, উপকূলীয় অন্ধ্র প্রদেশ আৰু বংগোপসাগৰৰ বেছিভাগ অঞ্চললৈ অগ্ৰসৰ হৈছে । আইএ...

June 7, 2024 6:17 PM

৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্তৰ দাবী উত্থাপন ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীগান্ধীয়ে কয় যে, বজাৰ নিম্নগামী হোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীসকলৰ ৩০ লাখ কোটি ট...

June 7, 2024 6:13 PM

বুডাপেষ্ট ৰেংকিং চিৰিজ-২০২৪ মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতৰ অমন চেহৰাৱটৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ অমন চেহৰাৱটে হাংগেৰীত অনুষ্ঠিত বুডাপেষ্ট ৰেংকিং চিৰিজ-২০২৪ মল্লযুঁজ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে। অমনে ৫৭ কিলোগ্রাম ওজন শাখাৰ পুৰুষৰ ফ্ৰিষ্টাইল ফাইনেলত বিশ্ব ছেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী জাপানৰ ৰেই হিগুচিৰ হাতত ১-১১ ফলাফলত পৰাজয় বৰণ কৰে। এই পদক জয়ৰ লগে লগে সমাগত পেৰিছ অলিম্পিকত অমনৰ ...

June 7, 2024 6:11 PM

সুনীল চেত্ৰীৰ দেশৰ হৈ কুৱেইটৰ বিৰুদ্ধে খেলা অন্তিমখন খেল কালি গ’ল শূন্যভাৱে সমাপ্ত

ভাৰতৰ তাৰকা ফুটবল খেলুৱৈ সুনীল চেত্ৰীৰ দেশৰ হৈ কুৱেইটৰ বিৰুদ্ধে খেলা অন্তিমখন খেল কালি গ'ল শূন্যভাৱে সমাপ্ত হয়। চল্টলেকত অনুষ্ঠিত খেলখন গ'লশূন্যভাবে সমাপ্ত হোৱাৰ ফলত ফিফা ৱলৰ্ডকাপৰ তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জনৰ ক্ষেত্ৰত ভাৰতৰ আশা ক্ষীণ হৈ পৰিল। ভাৰতে তালিকাত ৫ পইণ্টৰে কুৱেইট আৰু আফগানিস্তানতকৈ...

June 7, 2024 6:08 PM

চুমিত নাগলে হেইল ব্ৰ’নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ চুমিত নাগলে জার্মানীত যোৱা নিশা অনুষ্ঠিত হেইল ব্ৰ'নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। তেওঁ স্পেইনৰ প্ৰতিদ্বন্দী জেভিআৰ বেৰেংক' অছেন'ক ৬-৪, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সুমিতে আজি সন্ধিয়া ৰাছিয়াৰ ইভানজাকভৰ সন্মুখীন হ'ব।

June 7, 2024 12:33 PM

মাজুলীৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী

মাজুলীৰ গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত তথা সমগ্ৰ শিক্ষা অসমৰ মাজুলী জিলা আৰু মাজুলী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰ...

June 7, 2024 12:27 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে জিলাসমূহৰ পৰা মনোনয়ন আবেদন

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্রদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে জিলাসমূহৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতাসম্পন্ন প্রার্থীসকলে https://awards/gov.in অনলাইন প'ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব । আবেদনকাৰীয়...

June 7, 2024 12:24 PM

আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস

আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত খাদ্য সুৰক্ষা আয়ুক্তালয়ে অপ্রত্যাশিত পৰিস্থিতিৰ বাবে প্ৰস্তুতি শীৰ্ষক বিষয়বস্তুৰে এই দিৱস পালনৰ আয়োজন কৰিছে। পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত পুৱা ১০ বাজি ৩...

June 7, 2024 12:54 PM

সদ্য সমাপ্ত হিংসামুক্ত নির্বাচন জাতিৰ পিতাৰ নামত উৎসৰ্গা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে কালি বিয়লি ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু সদ্য সমাপ্ত হিংসামুক্ত নির্বাচন জাতিৰ পিতাগৰাকীৰ নাম উৎসৰ্গা কৰে। নিৰ্বাচন আয়োগে এটা বিবৃতি যোগে কৈছে মহাত্মা গান্ধীৰ অহিংসাৰ বাণীয়ে শান্তিপূৰ্ণ আৰু হিংসামুক্ত নিৰ্বাচনৰ প্ৰতি আয়োগক প্রতিশ্রুতিবদ্ধ হ'বলৈ অন...

June 7, 2024 11:52 AM

টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত নামিবিয়াৰ বিৰুদ্ধে স্কটলেণ্ডৰ জয়লাভ

স্কটলেণ্ডে আজি বাৰ্ব্বাডোজৰ ব্ৰীজটাউনত অনুষ্ঠিত টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত নামিবিয়াক ৫ উইকেটত পৰাস্ত কৰিছে। স্কটলেণ্ডে ১৫৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু তিনিটা বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে নামিবিয়াই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইক...