June 10, 2024 7:05 PM

দ্বিতীয়বাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে প্রেম সিং টামাঙৰ শপতগ্ৰহণ

ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্রেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰে। তেওঁৰ লগতে ১১ গৰাকী কেবিনেট মন্ত্ৰীয়েও আজি শপত লয় । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীটামাং আৰু তেওঁৰ মন্ত্ৰী সভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰ...

June 10, 2024 7:03 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্ৰায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ'ব। শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্...

June 10, 2024 7:59 PM

কাৰ্যভাৰ গ্ৰহণৰ পাছত নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন কৰে। তেওঁ কয় যে বিগত ১০ বছৰে তেওঁ প্ৰধানমন্ত্রী কার্যালয়ক উন্নয়নৰ অনুঘটক হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰি আহিছে। তেওঁ কয় যে তৃতীয়টো কাৰ্যকালৰ বাবে জনসাধাৰণে তেওঁৰ নেতৃত্বৰ চৰকাৰক অৰ...

June 10, 2024 6:58 PM

কৃষি খণ্ডত শক্তিৰ উচিত প্রয়োগ সম্পৰ্কে মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা

কৃষি খণ্ডত শক্তিৰ উচিত প্রয়োগ সম্পৰ্কে দৰং জিলাৰ মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। কৃষি আৰু ইয়াৰ সৈতে সংযুক্ত ক্ষেত্ৰত বিভিন্ন যন্ত্ৰচালনাৰ বাবে ব্যৱহৃত ইন্ধনৰ ফলত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ দ্বাৰা বিকল্প শক্তিৰ উপযু...

June 10, 2024 7:52 PM

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত উগ্ৰপন্থীৰ আক্রমণত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি পুৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দুষ্কৃতিকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ অগ্রিম নিৰাপত্তাৰক্ষীৰ দলটোক কৰা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁ এই ঘটনাৰ সৈতে জড়িতসকলক চিনাক্ত কৰি উচিত শাস্তি বিহা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুতৰভাৱে আহত ন...

June 10, 2024 6:04 PM

প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে জনোৱা শুভেচ্ছা বার্তাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদ জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বার্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডেয়েও কৈছে যে, দুয়োখন দেশৰ জনসাধাৰণৰ মাজত মানৱাধিকাৰ, বৈচিত্ৰতা ...

June 10, 2024 6:31 PM

জম্মু-কাশ্মীৰত তীর্থযাত্রীৰ বাছত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত নিহত হোৱা সকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ তেৰিয়াথ গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্রাসবাদী আক্ৰমণত তীর্থযাত্রী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হয়। বাছখন শিৱ খ’ৰি পবিত্র গুহা দৰ্শন কৰি কাট্টা অভিমুখে গৈ আছিল। ৰিয়াছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শর্মাই ক...

June 10, 2024 5:49 PM

আকাশবাণীৰ প্লাবিক স্পীকত আজি বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতি সিং চামিবয়ান আৰু চাৰকুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ড° সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২...

June 10, 2024 5:44 PM

ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কেন্দ্ৰীয় পর্যবেক্ষক নিযুক্তি

ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে, সংসদীয় বোর্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পর্যবেক্ষণ কৰাৰ ...

June 10, 2024 5:40 PM

৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা

দেশৰ নিৰ্বাচন আয়োগে ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ১৩টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ ৪টা, হিমাচল প্ৰদেশৰ ৩টা, উত্তৰাখণ্ডৰ দুটা আৰু বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, পঞ্জাবৰ এটাকৈ সমষ্টি আছে। নির্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা ১০ জুলাইত ভোটগ...