June 11, 2024 10:59 AM

সুস্থ গণতন্ত্ৰৰ বাবে শাসকীয় আৰু বিৰোধী দল সমানেই গুৰুত্বপূৰ্ণ : ড০ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱতে কৈছে যে, এখন সুস্থ গণতন্ত্ৰৰ বাবে শাসকীয় আৰু বিৰোধী দল সমানেই গুৰুত্বপূৰ্ণ। নাগপুৰৰ ৰেছিমভাগত অনুষ্ঠিত কাৰ্যকৰ্তা বিকাশ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লৈ কালি তেওঁ ৰাজনীতি ঐক্য মতেৰে চলিব লাগে বুলি মন্তব্য কৰে। দেশৰ বৈচিত্ৰ্যত গুৰুত্ব আৰোপ কৰি ...

June 11, 2024 11:06 AM

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক দপ্তৰসমূহ প্ৰদান

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক তেওঁলোকৰ দপ্তৰসমূহ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক পুনৰবাৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব অর্পণ কৰাৰ লগতে অমিত শ্বাহক গৃহ আৰু সমবায় মন্ত্ৰী, নির্মলা সীতাৰমনক বিত্ত মন্ত্ৰী আৰু ড০ এছ জয়শংকৰক বিদেশ মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে। নীতিন গাডকাৰীয...

June 10, 2024 8:30 PM

মণিপুৰত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত

মণিপুৰত যোৱা মাহত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত হৈছে। যোৱা ৫ মে'ত হোৱা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বাসগৃহ, যান-বাহন আৰু খেতিপথাৰৰ বিস্তৰ ক্ষতি সাধন হয়। দলটোৱে আজি থৌবাল জিলাৰ বিভিন্ন অঞ্চল ...

June 10, 2024 8:16 PM

নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক ড° এছ জয়শংকৰৰ সাক্ষাৎ

কেন্দ্রীয় মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ড° জয়শংকৰে তেওঁলোকৰ কথোপকথনত ভাৰত মৰিচাচৰ মাজত থকা বিশেষ সম্বন্ধ প্রতিফলিত হোৱা বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালৰ প্রধানমন্ত্রী পুষ্প কমল...

June 10, 2024 8:12 PM

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে চুবুৰীয়া প্ৰথম নীতিৰ অধীনত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দুয়োখন দেশৰ মাজৰ অনন্য সম্পৰ্ক অধিক শক্তিশালী কৰাত দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে। ...

June 10, 2024 8:08 PM

জনতা ভৱনত অশোক সিংহালৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মিছন বানমুক্ত গুৱাহাটী, মিছন অঙ্কুট, স্বচ্ছ ভাৰত মিছন (নগৰীয়া), গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত...

June 10, 2024 8:02 PM

কেন্দ্ৰীয় মন্ত্রী হিচাপে শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলি সৰ্বানন্দ সোণোৱালৰ মত প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মোদী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্রী হিচাপে শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলি মত প্ৰকাশ কৰিছে। দেশক পুনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰ...

June 10, 2024 7:10 PM

কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি ভেকচিন প্রদান কাৰ্যসূচী

যক্ষ্মা নিবাৰণৰ লক্ষ্যৰে কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি ভেকচিন প্রদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অন্য জিলাসমূহৰ দৰে শিৱসাগৰ জিলা প্ৰশাসনে ভেকচিন প্ৰদান কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ ডেৰ লক্ষ্যাধিক লোকক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে ২০২১ চনৰ পৰা...

June 10, 2024 7:07 PM

ডিব্ৰুগড়ত প্রধানমন্ত্রী ফচল বীমা যোজনাৰ লাভালাভ সম্পৰ্কত বিভিন্ন সজাগতামূলক অভিযান অব্যাহত

ডিব্ৰুগড় জিলাৰ কৃষি বিভাগে কৃষকসকলক প্রধানমন্ত্রী ফচল বীমা যোজনাৰ লাভালাভ সম্পৰ্কে অৱগত কৰিবলৈ বিভিন্ন সজাগতামূলক অভিযান অব্যাহত ৰাখিছে। কৃষি বিভাগে এই আঁচনিৰ অধীনত জয়পুৰ মহকুমাৰ মুৰহানী গাঁও আৰু নাহৰকটীয়াত কৃষি চক্ৰৰ ধদুমিয়া গাঁও পঞ্চায়ত অন্তৰ্গত কৃষকসকলক পঞ্জীয়নৰ সুবিধার্থে আজি এটা শিবিৰ অনু...

June 10, 2024 7:06 PM

মাজুলীত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান

মাজুলী জিলা কৃষি বিভাগৰ অধীনত আটমাৰ উদ্যোগত আজি গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত মহৰিচুক আৰু মালাপিন্ধা মিৰি গাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। এই অনুষ্ঠানত প্ৰশিক্ষণপ্রাপ্ত মহিলাসকলৰ মাজত খেতিৰ বাবে যাৱতীয় সামগ্রীও বিতৰণ কৰা হয়। গড়মূৰ আৰু কমলাবাৰী কৃষি চক্ৰৰ ...