June 12, 2024 1:40 PM

ষ্টুটগার্ট অ’পেন টেনিছৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ উকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টি

ভাৰতৰ ইউকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টিয়ে কালি জার্মানীত অনুষ্ঠিত ষ্টুটগার্ট অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাম্ব্ৰি আৰু অলিভেট্টিয়ে বৰ্তমানৰ উইম্বলডন চেম্পিয়ন আৰু নিউজিলেণ্ডৰ মাইকেল ভেনাছ আৰু যুক্তৰাষ্ট্ৰৰ নীল স্কুপস্কিৰ দ্বিতীয় স্থা...

June 12, 2024 1:34 PM

সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত সমবায় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেঁও কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমবায়ৰ পৰা সমৃদ্ধি দৃষ্টিভংগী আগত ৰাখি সমবায় মন্ত্ৰালয়ে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে কৃষকসকলক উপকৃত কৰ...

June 12, 2024 1:30 PM

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ পীয়ুষ গোৱেলৰ

নতুন দিল্লীত কালি পীয়ুষ গোৱেলে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শক্তিশালী আৰু উন্নয়নমুখী শাসন ব্যৱস্থাই সমগ্ৰ দেশতে প্ৰগতিৰ ঢৌৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে সকলো নাগৰি...

June 12, 2024 1:14 PM

টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নিউয়ৰ্কৰ নাছাউকাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ভাৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। দুয়োটা দল প্রতিযোগিতাত বৰ্তমানলৈ এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতে পাকিস্তান আৰু আয়...

June 12, 2024 1:09 PM

গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসমৰ চাহবাগিচাসমূহৰ লোকসকলৰ স্বাস্থ্য সেৱা সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কালি গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে হন্স ভ্রাম্যমাণ চিকিৎসা ইউনিট প্রকল্পই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰ...

June 12, 2024 1:07 PM

গোলাঘাটত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

কৃষি মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰৰ উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে অতিৰিক্ত জিলা আয়ুক্তৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰে। তেওঁ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দিষ্ট সময়-সীমাৰ ভিতৰ...

June 12, 2024 12:53 PM

১ জুলাইত গোৱালপাৰা জিলা দিৱস উদযাপন

অহা ১ জুলাইত গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে জিলা প্ৰশাসনে জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰে।

June 12, 2024 12:49 PM

অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত

অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত হৈছে। অহা ৩১ আগষ্টত বৰ্তমানৰ অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হকে অৱসৰ গ্ৰহণ কৰাৰ পাছত অহা ১ ছেপ্তেম্বৰৰ পৰা ৰূপজ্যোতি ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰিব।

June 12, 2024 12:48 PM

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীক পৰৱৰ্ত্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীক পৰৱৰ্ত্তী স্থল সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। অহা ৩০ জুনত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ স্থল সেনাধ্যক্ষ জেনেৰেল মনোজ পাণ্ডেৰ অৱসৰৰ বাবে শ্রী দ্বিৱেদীক তেওঁৰ স্থলাভিষিক্ত কৰা হ'ব। ১৯৬৪ চনৰ পহিলা জুলাইত জন্মগ্রহণ কৰা লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিৱে...

June 12, 2024 12:44 PM

পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালত পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা কৰে। মোডী কেবিনেটৰ জ্যেষ্ঠ সদস্যৰূপে দায়িত্ব গ্ৰহণ কৰি সোণোৱালে কালি তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ প্ৰম...