June 15, 2024 9:40 PM

কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনৰ ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনৰ আয়োজন

আইন আৰু ন্যায় মন্ত্ৰালয়ে কাইলৈ কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনৰ ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে কৈছে যে, ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম ২০২৩ৰ বিশেষ বৈশিষ্টসমূহ আলোচনা আৰু প্রশ্নোত্তৰ শিতান...

June 15, 2024 9:39 PM

চীনৰ অসাধু ব্যৱসায় প্ৰথাৰ সন্মুখীন হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ

জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহে ইটালীত অনুষ্ঠিত বাৰ্ষিক শীৰ্ষ সন্মিলনৰ কালি অন্তিম দিনা এটা যৌথ বিবৃতি যোগে চীনৰ অসাধু ব্যৱসায় প্ৰথাৰ সন্মুখীন হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ কৰিছে। এই অসাধু প্ৰথাসমূহে চীনৰ শ্ৰমিক আৰু উদ্যোগসমূহক দুৰ্বল কৰি তুলিছে। জি-ছেভেন ৰাষ্ট্ৰসমূহে লগতে ইউক্রেইন বিৰ...

June 15, 2024 9:37 PM

ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৮জন মাওবাদী নিহত

ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও ৮ জন মাওবাদী নিহত হয়। এই সংঘৰ্ষত বিশেষ কাৰ্যবাহিনীৰ এগৰাকী জোৱান শ্বহীদ হয় আৰু অন্য দুগৰাকী সুৰক্ষাকৰ্মী আহত হয়। বাস্তাৰ সংমণ্ডলৰ অবুঝমাড় এলেকাত কেইজনমান মাওবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত বি এছ এফ, আই টি বি পি, ...

June 15, 2024 9:36 PM

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। ১২ জনীয়া ৰাজ্যিক মন্ত্ৰীসভাৰ ৯ গৰাকী নতুন সদস্য আছে। উপ-মুখ্যমন্ত্ৰী ছোনা মেইনক বিত্ত, পৰিকল্পনা আৰু বিনিয়োগ তথা শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পাছাং দৰ্জী চোনাক শিক্ষা আৰু গ্ৰা...

June 15, 2024 9:34 PM

জম্মু-কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কাইলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, কেন্দ্ৰীয় গৃহ সচিব, সেনা-আৰক্ষী আৰু জম্মু-কা...

June 15, 2024 9:33 PM

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা ভুৱা ৱেবছাইট চিনাক্ত চৰকাৰৰ

চৰকাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা এটা ভুৱা ৱেবছাইট চিনাক্ত কৰিছে। এই ৱেবছাইটোৰ জৰিয়তে চৰকাৰী চাকৰি প্ৰদানৰ দাবী কৰা হৈছিল আৰু পঞ্জীয়ন মাচুল হিচাপে ৪৩৫ টকা বিচৰা হৈছিল। পি আই বিৰ তথ্য সত্যাসত্য শাখাই কৈছে যে এই ৱেবছাইটোৰ চৰকাৰৰ সৈতে কোনো সম্পর্ক নাই। socialjus...

June 15, 2024 9:31 PM

চেন্নাইৰ বঁটা বিজয়ী, প্রখ্যাত বন্যপ্রাণী চলচ্চিত্র নির্মাতা চুবিয়া নাল্লামুথুলৈ ভি শান্তিৰাম জীৱনজোৰা কৃতিত্ব বঁটা

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্রী এল মুৰুগনে আজি মুম্বাই আন্তঃৰাষ্ট্ৰী চলচ্চিত্ৰ মহোৎসৱত এই বুলি ঘোষণা কৰে যে, চেন্নাইৰ বঁটা বিজয়ী, প্রখ্যাত বন্যপ্রাণী চলচ্চিত্র নির্মাতা চুবিয়া নাল্লামুথুক এইবাৰৰ আটাইতকৈ অভিলাষপূৰ্ণ ভি শান্তিৰাম জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হ'ব। তেওঁ লিভিং অন দ্য এজ নামৰ আটাইত...

June 15, 2024 9:30 PM

ব্ৰীকছ ক্রীড়া মহোৎসৱত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় মহিলা টেবল টেনিছ দলক ড০ মনসুখ মন্দাভিয়াৰ অভিনন্দন

যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰীকচ্‌ ক্রীড়া মহোৎসৱত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় মহিলা টেবল টেনিছ দলক অভিনন্দন জনাইছে। ড০ মন্দাভিয়াই সামাজিক মাধ্যমযোগে প্রতিযোগিতাত প্ৰথমটো পদক অৰ্জন কৰাৰ কৃতিত্ব লাভৰ বাবে মহিলা দলটোক প্ৰশংসা কৰিছে। তেওঁ দলটো...

June 15, 2024 9:28 PM

বাল্যবিবাহ-নাৰী নিৰ্যাতনত জড়িত অপৰাধী সাৰি নাযাবৰ বাবে অধিবক্তাসকলক উচিত পদক্ষেপ গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ

বাল্যবিবাহ আৰু নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত গোচৰসমূহৰ অপৰাধী যাতে সাৰি নাযায় তাৰ বাবে অধিবক্তাসকলক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। তেওঁ শিৱসাগৰ জিলাৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱনৰ আনুষ্ঠানিকভাৱে মুকলি কৰি সমগ্ৰ ৰাজ্যতে আইনী আন্তঃগাঁথনি...

June 15, 2024 9:27 PM

‘বিপন্ন বিস্ময় খেল’ উপ্যানাসৰ বাবে ৰঞ্জু হাজৰিকালৈ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা

চলিত বছৰৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা অসমীয়া ভাষাত ‘বিপন্ন বিস্ময় খেল’ নামৰ উপ্যানাসৰ বাবে ৰঞ্জু হাজৰিকাই আৰু বড়ো ভাষাত ‘বুহুমা বৈনীবৱ’ নামৰ কাব্য গ্ৰন্থৰ বাবে ভার্জিন জেক’ভা মছাহাৰীয়ে লাভ কৰিছে। আনহাতে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ অসমীয়া ভাষাত ‘জাল কটা জুই’ গল্প সংকলনৰ বাবে নয়নজ্যোতি শ...