June 29, 2024 12:36 PM

বিশ্বকাপ আই চি চি টি-২০ বিশ্বকাপত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা

ভাৰত আজি বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।আনহাতে দক্ষিণ আ...

June 29, 2024 12:34 PM

অনলাইন বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শ্রীলংকাত ১৩৭ জন ভাৰতীয় নাগৰিক গ্ৰেপ্তাৰ

শ্রীলংকাত অনলাইন বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ১৩৭ জন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছে৷ শ্ৰীলংকাৰ বাতৰি কাকত ডেইলী মিৰ'ৰৰ মতে, বৃহস্পতিবাৰে কলম্বোৰ উপকণ্ঠ অঞ্চল মাডিৱেলা, বাট্টাৰামুল্লা আৰু পশ্চিম উপকূলীয় চহৰ নেগোম্বোৰ পৰা ভাৰতীয় নাগৰিকসকলক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মুখপাত্ৰ এছ ...

June 29, 2024 12:31 PM

এছিয়ান গেমছত যোগক অন্তৰ্ভুক্ত কৰাৰ বাবে ড° পি টি উষাক মনসুখ মন্দাভিয়াৰ আদৰণি

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ড° পি টি উষাই এছিয়ান গেমছত যোগক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। শেহতীয়াকৈ ড° পি টি উষাই এছিয়ান গেমছত যোগক খেল হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ এছিয়া অলিম্পিক কাউন্সিলৰ সভাপতি ৰাজ...

June 29, 2024 10:54 AM

সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ’ব ৩ খনলৈ নতুন আইন

■ নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখনে ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সকলোৰে বাবে সুলভ, সহায...

June 28, 2024 8:24 PM

ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি

ভাৰতীয় বিদেশ সেৱাৰ ১৯৮৯ বেটছৰ বিষয়া বিক্রম মিশ্ৰীক পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ অহা ১৪ জুলাইত কাৰ্য্যকাল শেষ হ'বলগীয়া বিনয় মোহন কোৱাট্টাৰ স্থলাভিষিক্ত হ'ব। শ্রীমিশ্ৰী বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ উপ-ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কৰ্মৰত হৈ আছে। তেওঁ চীন, ...

June 28, 2024 8:22 PM

নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক আশ্বাস, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক এইবুলি আশ্বাস দিয়ে যে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ বিষয়টো লৈ অতিকে সংবেদনশীল। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্রয়োজনীয় সকলো ...

June 28, 2024 8:14 PM

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি নীট পৰীক্ষাৰ বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হয়। এই আলোচনাৰ বাবে মুঠ ২১ ঘণ্টা আবণ্টন কৰা হৈছে। আলোচনাৰ পাত...

June 28, 2024 8:02 PM

কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰা...

June 28, 2024 7:57 PM

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শা...

June 28, 2024 7:51 PM

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎ‍সালয়খনৰ কামকাজৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যম...