July 3, 2024 8:00 PM

ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত

ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। উচ্চ সদনে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত সভাপতি জগদীপ ধনখড়ে আজি এই সম্পৰ্কে ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ২৬৪ সংখ্যক অধিৱেশনৰ সামৰণি পৰাৰ পাছত সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ সভাপতি জ...

July 3, 2024 7:43 PM

অসমত কাইলৈৰ পৰা সম্পূর্ণতা অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা আৰম্ভ কৰা সম্পূর্ণতা অভিযান অসমত কাইলৈ আৰম্ভ হ'ব। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত, সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত কাইলৈৰপৰা এই অভিযান ৰূপায়ণ কৰা হ'ব। বর্তমানে উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহ সামৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলসমূ...

July 3, 2024 7:34 PM

ৰাজ্যত এইবাৰৰ বানত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু

অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুর্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি ব...

July 3, 2024 6:27 PM

ইউক্রেইনৰ ৰাষ্ট্ৰপতিক যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰীৰ আহ্বান

হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানে মস্কোৰ সৈতে আলোচনা প্রক্রিয়া ত্বৰান্বিত কৰাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিক আহ্বান জনাইছে। পৰৱৰ্তী ছমাহৰ বাবে ইউৰোপীয় সংঘৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰৰ বাবে ইউক্রেইন ভ্ৰমণল...

July 3, 2024 6:22 PM

ৰাহুল গান্ধীৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে মত প্ৰকাশৰ অভিযোগত দিল্লী বিজেপিৰ প্ৰতিবাদ

কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে মত প্ৰকাশ কৰাৰ অভিযোগত দিল্লীৰ বিজেপি নেতাসকলে আজি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লীৰ বিজেপিৰ সাংসদ বাঁচুৰি স্বৰাজে শ্রীগান্ধীৰ বিৰুদ্ধে দায়িত্বহীন মন্তব্...

July 3, 2024 6:15 PM

দক্ষিণ-পশ্চিম মৌচুমী বতাহজাক ৰাজস্থান, হাৰিয়ানা, পাঞ্জাবৰ অৱশিষ্ট অংশসমূহৰ দিশে অগ্ৰসৰ

দক্ষিণ-পশ্চিম মৌচুমী বতাহ সম্প্ৰতি ৰাজস্থান, হাৰিয়ানা আৰু পাঞ্জাবৰ অৱশিষ্ট অংশসমূহৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে সমগ্ৰ দেশতে স্বাভাৱিকতকৈ ছদিন পূর্বে দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰৱাহিত হৈছে। বিভাগটোৰ শেহতীয়া তথ্য অনুসৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত পৰৱৰ্তী চাৰিটা দিনত...

July 3, 2024 1:20 PM

উইম্বলডনত তাৰকা খেলুৱৈ নভাক জকভিছৰ জয়েৰে অভিযান আৰম্ভ

গ্ৰেণ্ড শ্লেম টেনিছ প্রতিযোগিতা উইম্বলডনত তাৰকা খেলুৱৈ নভাক জকভিছে জয়েৰে অভিযান আৰম্ভ কৰিছে। যোৱানিশা হোৱা প্ৰথম ৰাউণ্ডৰ খেলত জকভিছে ৬-১, ৬-২ আৰু ৬-২ ৰ ব্যৱধানত জয় লাভ কৰে। ইফালে, পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ অন্য এখন খেলত জেৰভে ৬-২, ৬-৪ আৰু ৬-২ৰ ব্যৱধানত জয়লাভ কৰে। আনহাতে, মহিলাৰ একক শাখাৰ প্ৰ...

July 3, 2024 1:17 PM

ইউৰো কাপৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত জার্মানী স্পেইনৰ মুখামুখি

চলিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ অহা ৫ জুলাইত হ'বলগা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুটা প্রাক্তন বিশ্ব চেম্পিয়ন দল জার্মানী আৰু স্পেইন পৰস্পৰৰ মুখামুখি হ'ব। ইফালে, সেইদিনাই হ'বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্রান্সে ইউৰো কাপৰ চেম্পিয়ন পৰ্টুগালৰ বিৰুদ্ধে খেলিব। ইংলেণ্ড অহা ৬ জুলা...

July 3, 2024 1:16 PM

অহা ৭ জুলাইত ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ আৰম্ভ

এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক সংস্কৰণ অহা ৭ জুলাইত আৰম্ভ হ'ব। ভাৰতীয় সেনাই আয়োজন কৰা এই প্ৰতিযোগিতা এইবাৰ অসমৰ কোকৰাঝাৰৰ লগতে শ্বিলং, জামছেদপুৰ আৰু কলকাতাকে ধৰি দেশৰ ৪ খন চহৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, এইবাৰৰ প্ৰতিযোগিতাত মুঠ ২৪টা দলে...

July 3, 2024 1:14 PM

ৰাজ্যসভাত আজি প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত উত্তৰ দিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত উত্তৰ দিব । ইয়াৰ পূৰ্বে লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনির্দিষ্ট কাললৈ স্থগিত ৰখা হয়। নিম্ন সদনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ প্ৰতি ধন্যবাদসমুক প্ৰস্তা...