July 12, 2024 9:47 AM

দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ প্রতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

■ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ৪ দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন্...

July 12, 2024 9:44 AM

মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাষণ দিব

■ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষার্থীসকলক সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সবল ভাৰত : ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা শীর্ষক মূল ভাষণ প্ৰদা...

July 12, 2024 9:41 AM

নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ চিবিআইৰ

■ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন ...

July 12, 2024 9:37 AM

ৰাজ্যত বানৰ ফলত বৰ্তমানলৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে

■ ৰাজ্যত বানৰ ফলত এতিয়ালৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰনে প্ৰকাশ কৰা মতে, নগাঁও জিলাৰ বান পৰিস্থিত জটিল হৈ আছে। জিলাখনত ২০ হাজাৰ ৬১২টি শিশুসহ প্রায় ৭৯ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বাঢ়নী পানীয়ে নগাঁও জ...

July 12, 2024 9:32 AM

২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে: বিজেপি

■ বিজেপিয়ে কৈছে যে, ২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্বাধিক কর্মসংস্থাপন সৃষ্টি কৰা আগশাৰীৰ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০০৪ আৰু ২০...

July 12, 2024 9:28 AM

ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ’ব বুলি পূর্বানুমান অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফৰ

■ Financial Times নামৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰিখনৰ মুখ্য অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফে ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূর্বানুমান কৰিছে। বাতৰি কাকতখনৰ এটা স্তম্ভলেখত ব্ৰিটেইনৰ অর্থনীতিবিদ রুফে কৈছে যে, ৪ গুন অধিক জনসংখ্যাৰে ২০৪৭ চন পর্যন্ত ভাৰতৰ আৰ্থিক উৎপাদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম...

July 12, 2024 9:23 AM

কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব

■ কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নীপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, ...

July 11, 2024 9:12 PM

কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ কৰিছে। এই ঘটনা সংক্রান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক এই পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে লখিমপুৰ জিলাৰ হাৰমতিত আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰে...

July 11, 2024 9:06 PM

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ’বঃ মুখ্যমন্ত্রী

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজকি মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো পুনৰ বিবেচনা কৰি এই সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

July 11, 2024 9:04 PM

শিৱসাগৰৰ আমগুৰিত আজি ৩০খন বিছনাযুক্ত চামগুৰি আদৰ্শ চিকিৎসালয়খন মুকলি

শিৱসাগৰ জিলাৰ আমগুৰিত আজি ৩০খন বিছনাযুক্ত চামগুৰি আদৰ্শ চিকিৎসালয়খন মুকলি কৰা হয়। প্ৰাৰম্ভিক পৰ্যায়ত প্রাথমিক চিকিৎসা সেৱা আৰম্ভ কৰা চিকিৎসালয়খনত পৰৱৰ্তী সময়ত প্রাথমিক চিকিৎসাৰ লগতে প্ৰসূতিৰ বাবে আৰু জৰুৰীকালীন চিকিৎসাও আগবঢ়োৱা হ'ব। শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদৱে চিকিৎসালয়খন মুকলি ...