July 15, 2024 8:10 PM
বিশ্ব যুৱ দক্ষতা দিৱসত কেন্দ্রীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ অংশগ্ৰহণ
কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৈছে যে, দক্ষতা ভাৰত আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ ১ কোটি ৪৬ লাখৰো অধিক লোকৰ বিভিন্ন বিভাগত দক্ষতা বিকশাই তোলা হৈছে। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত শ্ৰীচৌধুৰীয়ে কয় যে, ১০ বছৰৰ পূৰ্বে আমাৰ দেশত দক্...