July 16, 2024 12:21 PM

ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাই গুণ্ডিচা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ কৰা বহুবা যাত্ৰাৰ ওভটনি যাত্ৰা সামৰণি

ওড়িশাৰ পুৰীত কালি ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাই গুণ্ডিচা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ কৰা বহুবা যাত্রা শীৰ্ষক ওভটনি যাত্ৰাৰ সামৰণি পৰে। এই যাত্ৰা প্ৰত্যক্ষ কৰিবলৈ পুৰীত কালি লক্ষাধিক ভক্তৰ সমাগম হয়। ভগৱান বলভদ্ৰৰ তালধবজ নামৰ বথখনৰ ওভটনি যাত্রা কালি বিয়লি ৩ বাজি ২৫ মিনিটত আৰম্ভ হয়। ইয়া...

July 16, 2024 12:17 PM

১ জুলাইৰ পৰা ৩১ আগষ্টলৈ ডায়েৰীয়া নির্মূল অভিযান কাৰ্যসূচী আৰম্ভ

শৈশৱৰ ডায়েৰীয়া সমস্যা নিয়ন্ত্ৰণ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত মিছন গ্রামীণে যোৱা ১ জুলাইৰ পৰা ৩১ আগষ্টলৈ ডায়েৰীয়া নির্মূল অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে। বিশেষকৈ বানৰ পাছত ডায়েৰীয়া প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অধীনত ব...

July 16, 2024 12:07 PM

প্রধানমন্ত্রী মোদীক সাক্ষাৎ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

■ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে শ্ৰী মোদীক ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। আলোচনাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ লগতে বানৰ প্ৰভাৱ কম কৰাৰ ক্ষেত্ৰত সহায়ৰ বাবে ...

July 16, 2024 10:41 AM

ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত

■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত কৰা হৈছে। মিলৱাউকিত যোৱা নিশা ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটীৰ প্ৰতিনিধিসকলৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে মনোনীত করা হয়। এয়া হ'ল ২০১৬ বৰ্ষত নির্ব...

July 16, 2024 10:36 AM

উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছেঃ সৰ্বানন্দ সোণোৱাল

● উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। নাগালেণ্ডৰ জলপথৰ সম্ভাৱনা সক্ষম কৰাৰ লক্ষ্যৰে ডিমাপুৰত কালি অনুষ্ঠিত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে। ক...

July 16, 2024 10:29 AM

বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে

■ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই সূচকাংক ২০১৮ চনৰ ৪৯ৰ প...

July 15, 2024 8:29 PM

NEET-UG সন্দৰ্ভত অমীমাংসিত হৈ থকা আবেদনৰ স্থানান্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ৰ নতুন আবেদন

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ত অমীমাংসিত হৈ থকা আবেদনৰ স্থানান্তৰ বিচাৰি কৰা এলানি নতুন আবেদন সন্দৰ্ভত আজি জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পাৰিৱালা তথা ন্যায়াধীশ মনোজ ...

July 15, 2024 8:22 PM

আজিৰে পৰা নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিষ্ঠা তথা প্ৰযুক্তি দিৱস

নতুন দিল্লীত আজি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিষ্ঠা তথা প্ৰযুক্তি দিৱস দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। কাৰ্যসূচীৰ প্ৰথম দিনা আজি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কৃষি তথা আনুসংগিক প্ৰযুক্তিসমূহৰ বিষয়ে জ্ঞান আহৰণৰ বাবে আমন্ত্ৰণ জনোৱা হয়। এই উপলক্ষে আয়োজিত কৃষি উদ্ভাৱন তথা প্ৰযুক্তি সম্পৰ্কীয় প্রদর্শ...

July 15, 2024 8:18 PM

৩টা কয়লাখনিৰ নিলামৰ বাবে কয়লা খনন বিকাশ তথা উৎপাদন চুক্তি ৰূপায়ণ

কয়লা মন্ত্রালয়ে আজি সপ্তম খেপৰ দ্বিতীয় প্ৰচেষ্টাৰ অধীনত ৩টা কয়লাখনিৰ নিলামৰ বাবে কয়লা খনন বিকাশ তথা উৎপাদন চুক্তি ৰূপায়ণ কৰিছে। বাণিজ্যিক কয়লা খননৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মাছকাটা কয়লাখনি, কুদানালী লুবৰি কয়লাখনি আৰু সাখিগোপাল বি কাকুৰী কয়লাখনিত এই চুক্তি ৰূপায়ণ কৰা হৈছে।...

July 15, 2024 8:15 PM

ওড়িশাৰ পুৰীত বিশ্বপ্রসিদ্ধ বহুড়া যাত্রা আৰম্ভ

ওড়িশাৰ পুৰীত আজি বিশ্বপ্রসিদ্ধ বহুড়া যাত্রা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে, ভগৱান জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ, তেওঁলোকৰ ভগ্নী দেৱী সুভদ্ৰা আৰু ভগৱান সুদাশনৰ গুণ্ডিছা মন্দিৰৰ পৰা শ্ৰীমন্দিৰলৈ উভতনি ৰথ যাত্রা বহুড়া যাত্ৰাৰূপে জনাজাত। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তগণ বহুড়া যাত্ৰাত ভ...